পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধ সিঙ্গৰি ঘৰ, s. সিঙ্গৰি কাঠেৰে সঙ্গা অসম ৰজ। অভিসেক হোআ ঘৰ, a ten . porary structure in w ich the Assam kings received coronation সিঙ্গা, ৪. মহৰ সিঙ্গৰ সজা বাদ্য বিসেস, তেজ কটা জতন, a buffalo horn used as a cupping strument or for blow সিঙ্গাপাত, s. এবিধ বনৰিয়। উসধি বন, a species of medicinal plant. সিঙ্গাল, , a. সিঙ্গ থক, ডাঙ্গৰ সিঙ্গিয়া, lorned, having large hors সিঙ্গিয়া, সিঙ্গি, s. বিসাল মাচ এবিধ, a species of fish, (s Silurus Pungentissinus. ) সিঙ্গিমাৰি, s. এবিধ বিহ, আৰু তাব গচ, হাতৰ আঙুলিৰ ৰোগ বিসেস, a species of poisomous plant a felon or malignant w Itlow সিঙ্গিমৰি জোৰা, ৪. এটাৰ মৰ খুলি আনটৰ মুব খুউআর জোবা, কতৰ। ভোৰ, a joining made by dovetailing. সিচৰতি, । ৪. চেয়েলি বেবেলি, গোট খানে হোআ, scattered about, সিচৰি, dispersed, সিড1, a. সিক হোআ, বজা, cooked, experienced, mature. সি চাই, ৰাস্কি, পাক কৰি, to cook, to prepare food for eating সিজি, ৬. সিক্সা হৈ, লন্দন হৈ, to become soft by cooking সিজ, . এবিধ চাৰি সিৰিয়া কাইট গচ, a species of cactus. সিয়োজ1, 3. বন্ধা, সিঙাই থোআ, cookery; a. coked. সিটা, a. ৰস চেপি লোআ ভাবৰ, refuse fibre from which the juice or oil has been expressed, মিত, ৪. ভাৰ, cold; with কাল, the cold season, winter. সিতগবি, ৪. নিচেই মিহি গুৰি, খৰচিয়৷ ন থকাan impalpable poydler. সিতল, a. নিম, কেঁচা, anooth, cool. সিতলা, ৪. বসন্ত আদি ৰোগ স্বত্ব কতি কম্পিত দেবি, the goddess supposed to preside over small pox and kindred diseases সিতলি, s. চাল আদিত পথালিকৈ পৰা কামি, the pieces of split bam boo placed lengthways over the rafters of a roof. সিতলিয়া, s. পানৰ ৰোগ বিসেস, a disease of the betel leaf and wrine . সিতা, ৪. ৰামচন্দ্ৰৰ ভাজা, জানেকি, নাঙ্গলৰ সিৰ ল, Hita, the wife of Ran. সিতা তেল, s. মাটিৰ পৰা ওলোআ এবিধ তেল, earth oil, petroleum . সিতান, ৪. মুৰৰ গীৰু থকা ফাল, the head of a bed or sleeping place. সিদিনাই, ad. দুই তিনি দিনৰ আগেই ব৷ পিচৰ, সেই দিনাই সিদিনাসোনেই, 9 on that day, the other day. সিধ, a. সাফল, হৈ জোঅ, ৰন্ধাসিড ), accomplished, finished, ful: filled, cooked.