পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

506 লোনা, a. লুনিয়া, লোন সনা, লোনৰ সোআদ থকাsalt, saline, briny লোপ, s. বিনাস, নাস, অদু্যি হোআl, a lanse or disappearance, dis. continuance, erasure, abrogation, rescinding. লোপথোপ, a. see লোথোপথোপ. লো-পৰিখ1, s. লে৷ তপতাই, হাতত দি দসি নিদ্ৰ সিৰ। প্রমান চোআ1 , the testing of an accused person's guilt or innocence by the application of a hot iron to the hand. লোভ, s. পৰৰ ধন আদিলৈ ইচ1, covetousness; with লাগি, to covet. লোভি, a. লুভিয়া, লোভ কৰোঁতা, covetous, greedy of gain, grasping. লোৰ, s. খলি, পানি জাবলৈ খানা দি ঘল খাল, a small drain or outlet. লোৰা, s. লৰি অনা, ডক। দি অনাখবি বোটলাa pillaging or rob. bing, the picking up of firewood লোৰোকাই, o. ল,ককি ফৰাই, খানি ফৰাই, হুৰুকিয়াই, to cause to be stirred up, searched for or investigated. লোলা, a. চিল, কাপ খাই ন ধৰাloose, not fitting closely. লোলাসোল, a. See লৰকফৰক. লোহা, s.া লো, iron. লোহাজাৰন, s. লোৰ ভয়, লোৰ চাই, ঔসধ বিসেস, a medicinal prep aration of iron. লোহামই, a, লোৰ নিচিনাবৰ টান, কেটকেট কৰে টান, hard like iron, iron. লোহোৰপোহোৰ, লোদোৰপদোৰ, মঙ্গহাল, fleshy, corpulent. লোহোৰালোহোৰ, লোহোৰ, s.া লোৰ পাত্র বিসেস, কেৰাহি, a small iron cooking vessel . লৌআ-লপা, a. চতৰ বতৰ, হৰকতৰক, deceitful, untruthful. লৌকিক, a. চলিত, দেসত চলাধিকাৰ, হাহিয়াত, popular, commonly received or practiced, vulgar. লৌলৌকৰে, ad. লহলহ কৰে, বৰকৈ, ( বহা) quickly, rapidly; (appli. ed mostly to growth and the rise of water. ) শ, ষ, স, এই তিনি অখৰৰ উচাৰন অসমিয়া ভাসাত একে হোআত কেৱল স ৰখাৰ প্ৰয়োজন । ষ, স, অন্য ব্যঞ্জনৰ লগত জোগ হলে চ ৰুপে উচাৰিত হই; জেনে কষ্ট, সান্ত্র, সিস্য, আদি। সৰ ওপ ৰত ৰেফ দিলে স ৰুপে উচাৰিত হই; জোনে, দর্সন আদি । মৰ। দেহা, পাচ কুৰি The pronunciation of these three letters bej |g one and the same in Assamese, the latter character স, h, need only be used. When combined with another conso