পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোঁচ লেখনি, ৪. কাপ, কলম, খনিকৰৰ চিত্ৰ কৰ| তুলি, a pen, a pencil, a hair penci or brush for drawing. লেখা, s. সংখ্যা কৰা, গনন1 কৰা, লিখা, a reckoning, a counting ; a. counted, reckoned. লেখাই, ৯. গননা কৰাই, সংখ্যা কবাই, to cause to be reckoned &c. লেখাজোখা, ও . লেখ বড কৰ।, the unaking up of an account & : . লেখি, ৯. লেখ কৰি, গনি, ওকনিৰ কনি, to number, to count, to reckon ; ৪. a louse it. লেখিয়াa. সদ্রিস, তুল্য, নিচিনা, like, similar, thus. লেগাম, s. see লেকাম. লেঙ্গ, ৪. এবিধ ৰোগ, a kind of pulmonary disease, consumption. লেঙ্গগটি, . লেঙ্গে ধৰাৰ দৰে টান বনত খিন বা দর্বল হোআ, suffering or emaciation from hard work লেঙ্গচেঙ্গিয়া, a. গা নচুউ আ, গা চোআ, ধিতৃপিলিঙ্গ, foppish, vain. লেঙ্গটি, ১. কপি, পোকৰ টনা, a very narrow waistcloth. লেঙ্গপেঙ্গ কৰে, adl. দি ঘল কপে সেঙ্গাকৈ, কেকবেক কৰে, in length, লেঙ্গলেঙ্গ কৰে, i in height; (of anything long and slender. ) লেঙ্গপেঙ্গিয়া, a. দি ঘল, ওখ, কেঁকবেঁকিয়া, লেঙ্গা, long, tall, spindling , লেঙ্গলেসিয়া, লেস1 , a. লেঙ্গলেসিয়া, দিঘল ওখ, (গচৰ দৰে, ) long, tall, (applied ঈ, I only to trees, &c. ) লেঙ্গেবৰপেসে, .ালেপেন, লেঙ্গেৰালেসেৰি, কুকুৰ আদিৰ চেনেহ, foud. ness, a fawning manner, ( as of dogs.) লেদেবাa. খোৰ, ভৰি ভগা, পেজেবাlaunehall, crippled, fon. লেভেৰি, লেঙ্গেৰালেসেৰি, ৪. লেঙ্গেৰপেঙ্গেৰ, the act of fawning or cringing লেছকেচ, ও লেঠা, আহুকাল, জঞ্জাল, মুখ পতি বসেস, enbarrassment, dificulty, perplexity, trouble. লেচা, s. লেচেৰা, কোচl, a buncl, a hank, a trees লেচাই, ৫. ফৰাত হাত জোকাৰি, লৰাই, to swing, as the arms in walking, to shake, as a burden carried on a pole. লেচাষি, ০. পদৰ চন্দ বিসেস, হাত জোকাৰি, a poetic measure or mctre; v. to swing the arms in walking লেচালেচ, ৪. কোচাকোচ, চিৰাচিৰ, bunches &c. adl. in bunches . লেচিয়। ধান, . আধা সুকান ধান, half dried paddy. লেচিয়৷ ভাৰ, . এফালে গধৰ এফালে পাতল ভাৰ, এফলিয়৷ হোআ৷ ভাৰ, a burden carried with a pole unequally