পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

500 লেখা ০A লুকি, ৮. অনুমতি বিন। লোকৰ দু্যাদি চাই বিচাৰি, to meddle, to intrude, to be officious লুৰুমা, a. সৰু, ধান আদি বাহিব নোঅৰাসামান্য, small, dwarfed, sti ted in growth, inferior, ordinary. লৰ ঙ্গলঠঙ্গ, a. কেও কি ; নথকা, অকলসৰিয়া, destitute and friendless. লুলু ৰাই, ad. see লৰাই . লল ৰিয়া, a. ললৰিয়া, aged, infirm. হিয়l, s. এবিধ ত্রিন, লোহোৰা, লোৰ পাত্র বিসেস, a species of grass, an iron pot. লুহিয়ানি, ৪. নুহিয়৷ বন গজা ঠাই, a place abounding in the above grass. লেই, s. কাল দিবলৈ সিজোআ৷ , paste. লেইলেই চেইচেই, Interj. বৰ ঘিন বুজু আন মাত, চেই চেই লেই লেই, a word expressing the utmost contempt disgust or detestation beyone! for shame. লেউলেউআ, a. জলিয়া, লেপলেপিয়l, of the consistence of thin gruel. লেউসেউ, a. লেতুসেতুঠৰঙ্গ৷ নোহোআ, জেনি নিয়1 তেনি জোআl, flexible, pliant. লেও, s. লেপ, টৌ আদিত বাহিৰে দিয়৷ বোকা, any substance used for smearing or plastering, ( as lime for whitewash.) লেওআর কঠিয়াs. বোকা কৰি পৰা কুঠিয়া, paddy that is sown for transplanting in wet soil লেকলেকাই, D, কেকেবাই, কেকেলাই, to talk at random, to prate. লেকলেকিয়া, ৪. লেকলেকাই থকা, সঁচাই মিচাই কৈ থক1, the act of prating or talking at random ; a. prating, babbling. লেকাত, s. কোনো কামত লাগি থকাত পোআ দুখ, ক্লেস, suffering or exhaustion from any long continued exertion, লেকাত লগা, a. সমতে ক্লান্ত হোআ, exhausted, prostrated by fatigue. লেকাম, ৪. ঘোৰাৰ মুখত দি চলোআ জতন, a bridle. লেকেচি, ৪. এচৰা, বাহৰ জেঙ্গ, a bamboo twig. লেকেচিয়া, a. ডেৰেচিয়া, ভালকৈ পুৰঠ নোহোআ1, imperfectly ripened, লেকেচিয়াই, D. টেসূচিরাই, অলপকৈ খোৰাই, to limp, to halt in walking. লেকেটাa. লিকটা, চিকট1, tough, tenacious. লেকেটিয়া, a. লেকাত ভুঞ্জ, নিচিগ৷ নভগা, নেৰানেপেৰা, long enduring, tenacious, persistent. লেখ, s. গননাসংখ্যা, an account. লেখক, ৪. লেখাৰু, লেখ কৰোতl, a scribe, an accountant.