পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ল ঙ্গ লিটিকাs. ভঁৰালৰ বাহিৰ বেৰত দিয়৷ থিয় ফলিয়৷ বঁ।হ আদিthe upright outer supports of the sides of a granary. a. লাহি, পুষ্ট নোহোআ, thin, lean, slender. লিন, a. লই হোআ, মিল হোআ, absorbed, commingled, dissolved. লিপা, a. মচা, মাটি আদি সনা, লেও দিয়া, iped, sneared, plastered. লিপাপোচা, a. মচ। সবা, আঁতোঅ পিতেজিl, swept and plastered over. লিপি, o মচি, মাটি আদি সান, লেও দি, to wipe, to smear, to plaster লিপিচ, a. লেচ, চেল, চিদু, an occasion, a chance , a fault. লিপিত, । a. খাই ধৰাসমান হৈ লাগি ধৰা, মিল হৈ ধৰাjoined, লিপ্ত, united, in close contact, adhering লিৰিকি, ০. ঘনে ঘনে চুই লাৰি, to turn over and over in the hand, to fumble about in search of anything. লিলা, ৪. ধেমালি, ক্রিড, বিলাস, play, sport, pastime, dalliance. লিলাম, ৪. অনেক জনৰ মাজত বস্তুৰ দৰ বহাই বহাই বেচা, an auction sale. লিলিয়নি, s. জোক সাপ আদিৰ গাৰ বা জিবাৰ জোকাৰনি, the tortuous motion of reptiles, লিলিয়াই, . জোক আদিএ গা ব৷ জিব। লৰাই, to more as above. লিহলিহিয়া, । a. see লিকলিকিয়া. লিহিৰিপতিয়া, লিহিৰিখোপা, ৪. ওলোমাই বন্ধ। খোপা, a particular mode of knotting the hair low in the neck, লুইত৪. বৰ নদি, , a name of a portion of the Brahmaputra. লকাই, 3. আৰ হৈ, নেদেখা হৈ, গোপন কৰি, to hide, to secrete. লুকুমাই, ৪. বন্দি লৰ৷ বিসেস, a slave boy. লুকাভুকা, । ৪. লৰাৰ ধেমালি বিমে, the child's play of hide and seek. লকালকি, ] লুকাভুমুকা, s. এবাৰ মুখ দেখা দি এবাৰ লুকুউআl, the play of bo-peep. লকিনাৰেঙ্গ, ৪. গর্ভ নাৰেঙ্গা, এবিধ পেটত হোআ প্ৰহু, internal boils & c. লুকুআ1, ৪ গোপন কৰাআৰ কা, নেদেখুআ, the act of hiding or secreting ; a hidden. secreted, concealed . লুকুআই৬. গোপন কৰি, আৰ কৰি, to hide or conceal anything. লুখুৰাসন, s. চাৰিঘৰিয়া আহোমৰ এখেল, one of the four principal divisions of people among the Ahoms লুঙ্গলুঙ্গ কৰে, ad. অকলে, মনে মনে ফুৰি, stealthily, quietly, noiselessly. লুঙ্গলুঙ্গাই, ত• মনে মনে বিচাৰি ফুৰি, লুলুৰাই, to search for stealtlily or quietly; ad. ste Ithily, quietly.