পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিটি 407 লালোঅ1, s. কচোআ সিঙ্গৰ। মাচ, a species of shrimp. লাৱন্য, s. সৌন্দর্ভা, কোমল, মুি . সুঅলাi. saltness; loreliness, ami . ability; n. soft, tendler , gentle, amiable. লাসবেস, a. see লইলাস, লাহ, s. ধুন পেচ, গাৰ জতি, show, parade, ostentation . লাহতি. a. ধনিয়া, গ1 চাই লাহ কৰ। তিবি, ostentations, vain ল। হন, s. চাৰি ঘৰিয়। আহেমৰ এখেল, সম্পতি বিসেস, one of the four leading classes among the old Ahoms. লাহৰি, ৪. চেনেহি, মৰমৰ মাত, a particle expressing endearment. লাহি, a. সৰু, গা পাতল, লেহুকা, thin, slender, flexible. লাহি ধান, s. জহ। আদি আগেয়ে পড1 সৰু বিধ ধান, a general name for several kinds of fine paddy. সাহেকৈ ad. ধিরে ধিবে, অলপকৈ, গম নোপোআকৈ, slowly, by লাহেলাহে, degrees, quietly. লিকচৌ, s. ৰজাৰ হুকুম মতে বিসয়াৰ ঘৰত থটা পাইক, a class of labor ers whose services were given by the Assam king to his officers for a longer or shorter period. লিকটাa. চিকটালেকেটাবৰৰ এঠাৰ দৰে নিচিগা নভগা, tough, elastic, not easily broken লিকন্সিকিয়ন, a.া লিছলিহিয়া, গা নাইকিয়া, সিলসিলিয়া, long and elender, applied to reeds and bamboos. লিখক, s. লিখিব জনালির্থেীতা, মহৰি কাকতি, a writer, a scribe লিখাত, } a secretary, a clerk. লিখা, a. আখৰ দিয়া, চিত্র কৰাa writing, the act of writing or painting; . written, painted, লিখাই, 3. লোকৰ হতুআই আখৰ দিয়াই বা চিত্র কৰাই, to cause to be written or paimed. লিখি, ৪. । আগৰ দি, চিত্র কবি, to write, to paint লিগিৰা, ৪. প্রধান লোকৰ আল পৈচান ধৰা লোক, আলধবা, a house servant or personal attendant of the king and nobility লিগিৰি, s. প্রধান লোকৰ আলধৰা তিৰি, fo . of the above . লিঙ্গ, s. পুৰুসৰ চিহ্ন, ব্যাকৰন মতে সবৰ জাতি, the penis or male organ of generation ; in gram. the gender of a noun. লিঙ্গলিঙ্গিয়াa. দি ঘল আৰু গা সক, long and thin, sparse, (applied only to hair and vegetation.) লিটিকৰি, a. সৰু কটিয়া, বামুনৰ লগুআ বিসেস, very small, stintel, 6!