পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

! লৰাতক ৰ1, । a. খৰখেদ', লৰালৰি, ততাতৈয়, quick, rapid; with কৈ, লৰাধপৰাquickly, rapidly. লৰাদামুৰি, ৪. see লৰালৰি . লৰমাইকি, s. সন্তান জন্ম। তিৰোতা, a mother. লৰালৰি, a. see লৰণতকৰা লৰালুৰি, s. লৰ৷ দামুৰি, সতি সন্ততি, the children of a family male and female. লৰি, . লৰ মাৰি, জোকাৰ খাই, কপি, অথিৰ হৈ, সলনি হৈ, গতি এৰি, গেলি, to run, to shake, to trenble, to change, ( as the mind or features, or as fish in the first stage of putrifaction ) লৰিঅলি, . এবিধ সৰু চৰাই, পানিঘোৰা, a species of bird. লৰুআলি, s. এবিধ সৰু মাচ, a species of fish লৰুআই, . লৰ মৰাই, বেগাই খেদি নিয়াই, to cause to run, to drive with speed. লউআi, s. লৰ মৰোওআ, লৰ দিওআl, the causing to run ; a. rapidly driven, chased away. লৰোআ, s. লৰাই দিয়া, জোকৰাকপোআ, টাৰুৰে লুটিয়াই দিয়া, সলোআ, the act of changing shaking, tembling. turning or stirring about ; a. changed, shaken, moved abont. লকচাs. কাপৰেৰে চাঙ্গি কৰি মানুহ আদি অনা ভাৰ, a person carried in a cloth as a load on men's shoulders. লবাঙ্গতবাস, s. see লণ্ডভণ্ড, ললৰিয়া, a, বৰ বুৰ, আলৰ aged, stricken in years. ললম জলম, a, জলমজটম, ক্টোচার্কোচে ওলমি থকাslovenly in dress. ললাট, s. কঁপাল, দুখ, ক্লে, জাতন}, fate, destiny, distress, afiction. ললাটি, a. ললাট ভ, দখা পোআ, দুখিত, distressed, afflicted . ললিত, d. সিজাত বা হাদাত জোল উঠা, লন্দন, টেপাটেপ, reduced to jelly, (as by beating ; ) tender, ( by boiling.) লৱকুস, s. সিতাৰ জাঁজা দুই পুত্ৰৰ নাম, the twin sons of Sita. লৱন, ৪. লোন, salt. লৱনসাগৰ, ৪. লোন সাগৰ, হিন্দু মতে প্রথম সাগৰ, the salt ocean, the first of the seven circular oceans of the hindoo shasters লস, s. see লখ . লহকবি, s. এবিধ মৰ৷ সাক, a species of henmp the leaves of which are elible লহঙ্গপহঙ্গ, a. পাহুআলদিঘল ডাঙ্গৰ, tall, stout and well proportioned.