পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰোজ। ৰেঙ্গাই, 0. জোৰ। নেখাই, ডাৱৰৰ মাজত অলপকৈ বদ এলাই, to be separate or not joined, to sline out dimly. বেলোআ1, s. অলপকৈ ৰদ দিয়া, মাজে মাজে দেবেঙ্গ। হোআ, a partial or occasional shining of the sun, sparseness, looseness. ৰেন, s. কনিকা, বিন্দু, বালি পৰিমান, a grain a particle, an aton. ৰেন্দাa. কাঠ নিমজ কৰা এবিধ জ z, a carpenter's plane. ৰেপ, s. অস্ত্ৰ আদিৰ ধাৰেৰে মৰ৷ ঘাঁহাদ। কটাৰিবে মব। ঘহা, a down. ward and drawing stroke with a cutting instrument. ৰেপনি, s. ঘনে ৰেপি থকা, অ্যাদিৰ ঘাঁহনি, কথা চোবোআ, the act of drawing an instrument back and forth with a downward pressure as a fiddle bow; saying the same thing over and over. বেপা, a. অয় আদিৰে ঘহি থকা, drawn back and forth &c. বেপি, ৮. অস্ত্ৰ আদি ৰ ধাৰেৰে ঘহি, একে কথাকে কৈ থাকি, to draw back and forth with a downward pressure; to say the same thing over and over. ৰেফ, ব্যলনৰ ওপৰত লিখা ৰ ফলাৰ এই () চিন, the symbol () for , placed over another letter. ৰেৱতি, s. সেস ন ফৱ, ২৭ নক্ষত্র, the last lunar asterism. বে বাব, ৪. এবিধ বৰ টেঙ্গ, the pumalo or shaddock; (Citrus Aecumann.) বৈ, ৩. থাকি, গমন নকবি, থমকি, বাট চাই, to stop, to wait, to re : main, to cone to a standl, to expect. ৈৈব, al. প্ৰচুৰ পূপে, অধিকৗক, plentifully abundantly. ৰৈয়ত, a. কাটি চিঙ্গি মুকলি কৰাথিল, clearcd, as a path &c. বোমুনি, কঠিয়া ৰে।আ৷ তিৰি, a woman who transplants rice. ৰোআ, s. ৰোপন কৰা, পোতা, থোক নেমেলা ৰোআ৷ ধানৰ গচ, ৰৈ থকা, থকা, the act of planting, waiting, stopping; corn in the bladle; s. plantedl; left, (as a remainder.) ৰোওআ, ৪. রোপন কৰে।আI, গৰু আদি পোতোআ, causing to be plan. ted or fixel ৰোকনি, { s. নাৰিকল আহি ৰোকা স্তম্ভ, an instrument for scraping বোকোনা, cocoanut pulp. ৰোকা, s. ককি থকাধোঁক, gouging, digging, scoping or scraping out ৰোগ, s. নৰিয়া, ব্যাধি, disease, illness, sickness, distemper. ৰোচোকা, 0. অলপ ঘা, অলপ চিকু, a slight wound, blenish or defect ৰে।জ, s. সাজ, নিত্য আহাৰ, সিধা, daily provision; with ধবি, to supply with daily provisions.