পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

&S) ৰাজ ৰাজক:জা, s. ৰজাৰ কাম কাজ, the business of government & c. ৰাজকিৰিটি, । ৪. বজাৰ মুৰৰ ভুসন, ৰাজ টুপি, a royal crown, a di- ৰাজমুকুট, adem. ৰাজকুঁঅৰি, s•া ৰাজাৰ ঘৈনি, মাদৈ, ৰনি, a queen, a king's consort. ৰাজকুমাৰ, s. ৰ জাৰ , a princea king's son. ৰাজকোঅৰ, ৰাজখোআ, s. অসম বজাই পত৷ এবিধ বিসয়৷ বিসেস, an office held under Assam kings. ৰাজটিকা, ৪. ওখ মাটি, elevated table land. ৰাজদণ্ড, s. ৰাজ ঐৰ, ৰজাই কৰা সাস্তি, বজাৰ লাখুটি, a penalty or sentence according to law, a royal sceptre. ৰাজদ্ৰোহ, ৪. ৰজাৰ ব। ৰাজ্যৰ অহিত আচৰা, বিদ্রোহ, high treason, conspiracy against the king or government. বাজদ্ৰোহি, a. বজাৰ তানিট চিন্তক, ৰাজবিদ্রাহ, treasonous ; s. a traitor. ৰাজদুআ, s. ৰজাৰ দআৰ, ৰাজ সভা, the king's gate, the royal levee. ৰাজধৰ্ম, s. ৰাজ নিতি, ৰজাৰ কৰিব লগা কমthe duties pertaining to the kingly office. ৰাজধানি, ৪. ৰাজ নগৰ, বজা বাস কৰ। ঠাই, a capital city or seat of government. ৰাজনিতি, s. ৰাজ্য চলোআ৷ বিধি, ৰাজ ধৰম, political science, royal ethics. ৰাজপথ, s. আলি বাট, ৰাজ আলি, a highway, a public road. ৰাজপাট, ৪. ৰজাৰ গাদি, ৰাজ সিংহাসন, a royal throne. ৰাজপিৰাs. মাউৰ আদি ৰোগ, an epidemic, the cholera &c. ৰাজপুৰি, s. ৰাজ নগৰ, a royal city. ৰাজবংস, s. ৰজাৰ ফৈদ বা পৰিয়াল, a royal family or race. ৰাজভগন, ৪ . ৰাজ বিভ্ৰাট, দেস বিপ্লও, ৰজা ভগা, political revolution, the overthrow of a government. ৰাজমন্ত্ৰি, s. ৰজাব প্রধান মন্ত্ৰি, a king's minister or adviser. ৰাজমাও, ৪. ৰজাৰ মাক, a king's mother . ৰাজ লখন৪. ৰজাৰ চিন, a sign or insignia of royalty. ৰাজসভাs. ৰজাৰ সোধক চৰা, বজৰ মেল , a royal assembly, the king's privy council. ৰাজসাসন, ৪. প্রজাপালন, kingly gorernment, sway, rule, dominion ৰাজস্ব, ৪. ৰজাৰ ধন, ৰাজক, খাজনাgovernment rerenue, royal tribute . ৰাজহ, s. see ৰাজ্য,