পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাও বসাল, ) a. ৰহিয়া, ৰস থকা, সাৰুআ, juicy, savory, fertile, moist ; ৰসালি, sentimental, full of feeling. ৰসিক, a. ৰস মুক্ত, ৰসাল, sentimental, witty, jocose, amorous. ৰন্সি, s. কিৰন, জেউতি, দি,ি brightness, effulgence, a ray of light, a sunbeam. ৰহ, ৪. । ৰস, juice, fluid . ৰহখোআ, s. গৰু মহ আদি এ জাক ফুৰ'পথাৰ ফুৰাthe copulation of quadrupeds. বহঘৰা, ৪. মৌৰ কোহ, বৰ প্ৰধান ঠাই, honey comb. ৰহ দিয়া, a. ভালকৈ পকাৰস ধৰা, fully ripe, juicy. ৰহন, s. বৰন, ৰঙ্গ, অৰ্চিত লগোআ৷ অস্ত ৰ, color, varnish, paint ৰহ ৰহ কৰে, a. ৰস থকাৰ লাল, অলপ টেঙ্গী থকা সোআদ, sweet ৰহ ৰহিয়া and juicy, delicious, applied to fruit. ৰহস্য, s. আনন্দ, ৰঙ্গ, ধেমালি, কৌতুক টুকpleasire, sport, fun, frolic, mirth. ৰহাs. ভোক চৰা, ৰোজা, a faiting or suffering from hanger ; a renaising or coming to a stand ; a faint, fanished. ৰহি, o. ৰহ দি, ৰৈ, ভোক চন্ধি, খাবলৈ নেপাই গ। বেয়া কৰি, সৰিয়হ পেৰিবলৈ জুগুতোআ1 গুৰি, কুঁহিয়াৰৰ পেৰ৷ ৰস, to ripen, to remain to faint or suffer from hunger mustard seed pounded ready for pressing; the expressed juice of sugar cane. ৰহিত, a. নোহোভা, হিন, destitute of, without; used mostly in comp. as মৰন ৰহিত, B. c. without death, immortal. ৰহিয়া, a. ৰই থকা, ৰহ দিয়াjuicy , ripened. ৰাইকহ, ৪. ৰ:থ্যস, অতি খাঁকুআ, বৰ খ। বৈচ, a glutton. ৰাইখ, ৪. ৰখ্যা, জিৰনি, protection, rescue, deliverance, relief, mitigation ৰাইজ, ৪. see ৰাজ্য. ৰাইজাই, s. ৷ ভোক আদিৰ দবলত গাৰ হেলেঙ্গপেলেঙ্গ, আচন্দ্ৰাই, faintness, vertigo, giddiness. ৰ। ইডঙ্গিয়া . ৰাইডাঙ্গৰ নিচিনা, সৰু দৈয়া এবিধ জাপি, এখেল ৰাইডঙ্গিয়া জাপি, মানুহ, relating to or like the paidang ratan; s. a kind of japi used instead of an umbrella ; a class of people. ৰাইডাঙ্গ, s. এবিধ ডাঙ্গৰ বেত, a species of large ratan• ৰাইলাa. চকু পোৰ, পৰৰ সি সহিব নোঅৰা, খিয়লিয়া, envious. ৰাউচি, s. বৰ চিরৰ, বৰ ৰাও, এট হ, a loud cry, a yell, a scream ৰাও, s. বৰ মাত, চিটুৰ, কান্দন, a loud voice, shout or cry; with জুৰি or বান্ধি, to ail, to lament, to cry aloud.