পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰচি ৰঘ, ৪. কদম্ব গচ, ৰামৰ ককাক, a species of tree, ( Nauclea Cadamba;) name of the grandfather of Ban. ৰাম না, এ. গচব ডালত হোআ1 এবিধ জোপোহা৷ গs, a species of part asitic plant. বঙ্গ, s. ৰহস্যআনন্দ, হৰিস, ধেমালি, বৰন, joy, gladness, delight, mirth, fun ; paint. ৰঙ্গচঙ্গ, ৪. ৰচঙ্গা, নান। বৰন, gan iness, gayety of color, showiness. বসচঙ্গিয়া, a. চিত্ৰবিচিত্ৰ, নানা বহন , বগাৰঙ্গ , gaudy, shory, gay, variegated. ৰঙ্গচা। u, অলপ ৰঙ্গা, of a reddish color ৰাচিয়া, } ৰঙ্গচুআ, { a. অলপ বঙ্গা বৰনিয়াof a light reddish color. ৰজইআl, বঙ্গবঙ্গিয়া, a. ৰিঙ্গৰিঙ্গিয়াঅলপ ৰঙ্গ, of a dull or faded color. ৰ জপ, s. ৰঙ্গ তাম চা, -, play, sport, mertinent বঙ্গা, a. হেঙুলিয়া, তেজব বনিয়া, redl. ৰঙ্গা আলু, s. এবিধ কেঁচাই থোআ আলু, গৰিয়া আলু, ৭ species of red potato, (ouvolcolus Batatas. ৰঙ্গাৰচদ1, a. see ৰঙ্গচদিয়া বঙ্গালি, a. গোটেই বস হোআ, ৰাঙলি, জোনালি , red, reddish, illu ninated, lighted up, as of many lamps or an extensive fire. ৰঙ্গি যাল, , a. ধেম্রেলিয়, ৰঙ্গ কৰি থকাএportire, mirthful, jocund, Iাল, y playfuljolly. ৰচকপচক, ও লপচ, ৰমজমককৈ ধুন মাৰি গা দেখুউঅ, a rain, light| or triting nanner. বsকি, এ. লচপচি, ধুন মাবি গা ঘেলাই ফু তি, giddy, faunting, rain, light-minded; s. a flirt, n conquette বচ1s. see বঙ্গচন্দ• বচত, . বোজ, সৈন্য অদি লৈ গোটে।াআ সমল, daily rations, provisions in general for an army. ৰচনা, ৪. নকৈ সাজি লিখা, literary composition, fabrication, orderly arrangement. বৰচা, a. ফই, লেজু, ৰচনা কবা, খেn, a rope, a cable; a. composed, written. fabricated ৰচি, s. জৰি, ডেল, জ, ৰচনা কৰি, কথা গোটাই লিখি, ভনি, a rope, a cord, a string; v. to write, to compose, to fabricate.