পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

478 মৌজ, . থপ, জুম, ৰাগিএ ধৰি ঠৰ হৈ থকা, a mnltitude, an assew৷ blage of people; stupor from opium &c. মৌজা, s. পৰগনা, মহল, a division assigned to one native collector. মৌজাদাৰ, ৪. মৌজাৰ প্ৰধান বিসর, তচিলদাৰ, a revenue collector. মৌস্ট্রলিয়া, a. মৌ জোলৰ নিচিনা, মৌ ৰসৰ বৰনিয়াlike honey. মৌজোল, ৪. মৌৰ ৰস, মধ, honey. মৌডিমৰু, ৪ এবিধ সোআদ বৰ ডিমৰু, a species of fig. মৌপিয়া, ৪. এবিধ চৰাই, a species of bird. মৌবিচনি, ৪. মৌৰ বহ ঘৰাৰ বাহিৰ ভাগ, a portion of honey comb. মৌমাখি, s. মৌ মাখি, a honey bee মৌসৰালি, $. এবিধ পানিত হোআ বন, a kind of aquatic grass. মিগ, s. হৰিন। আমি পহু, a deer, a stag, an antelope. মিগনাভি, s. কৰিগাদ্দকলাই, the musk of a species of deer, musk. স্নিগয়া, পহু মৰা, চিকাৰ, hunting, the chase . মিগনিৰ1, s. পঞ্চম নক্ষত্র, the fifth mansion of the hindoo zodiac . মিত, a. মৰা, পৰলোক হোআ, dead, deceased, defunct. ম্ৰিতপ্রাই, a. মৰে মৰে হোআ, nearly deadl, at the point of deat . মুিক্তিকা, . মাটি, ভূমি, earth, soil, ground. , ৪. মনপ্রান বিজোগ, উম, death, bolily dissolution, decease, denise ; Jon, the regent of death . মিহুই৫. মৰনক জিনোতা, সিব, conqueror of death, IIimo ; in a nobler sense, Christ, who was the first that rose from the dead. এবিধ বাদ্য, মিন জ, an oval shaped drum, a tabor. মিদদিয়া, a. মিদঙ্গ বজোআ, মিদগৰ নিচিনা, a drummer on the above. মিদ, a. কোমল, মিহি, mild, gentle, soft. মান, a. see মোলান, ক্সে, a. অনাচাৰি, অসভ্যবেনচিাব নমন, barbarian ; ৪০ any person heterodox as regards the hindoo faith; a barbarian. য, যকাৰ; এই আখৰ অসমিয়া ভামাত (জ) নিচিনাকৈ মাতে; কিন্তু তাৰ তলত ফুট থাকিলে, (য়) ইয়, এই ৰুপে উচান হই; জেনে, য়িক চালম, কায়স্থ, মায়া আদি ; আন ব্যঞ্জনৰ লগত ভোগ হলে (১) এই ৰুপে লিখে; জেনে ধন্য, মান্য আদি• In Assamese this letter is usmally pronounced like the soft or French j, and should therefore be written অ, but when written witl), 61