470 মোকে মেলি, ৬. বন্ধন মুকলি কৰি, সোলোকাই, টিলাই, বহলাই, to spread out, to open, to loose, to untie, to stretch forth. মে লআই। s. মেল কৰি ফৰ। লোক, a member of a council. মেলঐ, মেলেচ, ৪. see ফ্লেচ. মেস, s. মেৰ চাগ, প্ৰথম ৰাসি, a sheep, a ram; the sign Aries. মেহমেহিয়া, a. এলেহুআ, খৰতকিয় নোহোআ, lazy, indolentdull, inactive . মেহন, s. গচত হোআ টেমুনাan excrescence on a tree or plant. মেহুনিয়া , a. মেছন থকাhaving the above excrescence. মৈ, ৪. চাহ মাটি সমান কৰ1 জতন, the native harrow. মৈটকা৪. মৈ ত লগাই টন। হাকোটাথকা উৰি ফলা বাহ, a bamboo pole split at one end, by which a harrow is drawn in muddy soil. মৈটা৪. আখি থক। গোটা বাহৰ দি ঘল জখলা বিসেস, a single bamboo used as a ladder, the knots servi g as steps. মৈথন, s. নিসাৰ, ওৰ জোআl, copulation, coition. মৈদা, s. মাচ সাক কুট। অস্ত্ৰ এবিধ, a kind of knife used for cuttiug fish and vegetables, মৈদাম, ৪. মৰিসালিত সজা মাটিৰ দল, the mound of earth raised orer a grave. a grave, a tomb, a sepulchre. মৈদামনি, s. মৈদাম থকা ঠাই, a graveyard, a burial ground. মৈয়াই, D. মৈৰে মাটি সমান কৰি, to level with the larrow মৈলাম, s. মহি চুঙ্গ, an inkstand. মোআl, s. এবিধ সৰু মাচ, এবিধ আলুৰ নাম, a species of fish; a kind of sweet potato. মোআৰ . আসা নথকা হোআ, ভিকাচন ভগ, the losing all hope, মৰ।, s chance, neans or resource মোআৰি, a.া মোহৰ মৰাভিৰি নোহোআ, ( ৰুপ বা সোন, ) coined, applied only to gold and silver, মোকমোকাই, ডন বোকবোকাই, মুখত ভাত আদিৰে কথh কৈ, to speak indistinctly, to mumble মোকদন্1, s. গোচৰ, আদালতত কবা দাই দোসৰ বিচাৰ, law suit. a মোকল, a. মুকলি, clear, open, unenclosed . মোকলফৰাs. সৌচ কৰা, বাহিৰ ফৰী, evacuations by stool. মোকোট, ৪. মোটোক, মোচোকা, জাপ, a bend, a fold. মোকোটোআ, ৪. মোকোটাই থোআ, জাপি থোআ1, bending or folding. মোকোৰা, s. মখ ভৰ৷ গৰাহ, a large nIouthful .
পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই