পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

470 মোকে মেলি, ৬. বন্ধন মুকলি কৰি, সোলোকাই, টিলাই, বহলাই, to spread out, to open, to loose, to untie, to stretch forth. মে লআই। s. মেল কৰি ফৰ। লোক, a member of a council. মেলঐ, মেলেচ, ৪. see ফ্লেচ. মেস, s. মেৰ চাগ, প্ৰথম ৰাসি, a sheep, a ram; the sign Aries. মেহমেহিয়া, a. এলেহুআ, খৰতকিয় নোহোআ, lazy, indolentdull, inactive . মেহন, s. গচত হোআ টেমুনাan excrescence on a tree or plant. মেহুনিয়া , a. মেছন থকাhaving the above excrescence. মৈ, ৪. চাহ মাটি সমান কৰ1 জতন, the native harrow. মৈটকা৪. মৈ ত লগাই টন। হাকোটাথকা উৰি ফলা বাহ, a bamboo pole split at one end, by which a harrow is drawn in muddy soil. মৈটা৪. আখি থক। গোটা বাহৰ দি ঘল জখলা বিসেস, a single bamboo used as a ladder, the knots servi g as steps. মৈথন, s. নিসাৰ, ওৰ জোআl, copulation, coition. মৈদা, s. মাচ সাক কুট। অস্ত্ৰ এবিধ, a kind of knife used for cuttiug fish and vegetables, মৈদাম, ৪. মৰিসালিত সজা মাটিৰ দল, the mound of earth raised orer a grave. a grave, a tomb, a sepulchre. মৈদামনি, s. মৈদাম থকা ঠাই, a graveyard, a burial ground. মৈয়াই, D. মৈৰে মাটি সমান কৰি, to level with the larrow মৈলাম, s. মহি চুঙ্গ, an inkstand. মোআl, s. এবিধ সৰু মাচ, এবিধ আলুৰ নাম, a species of fish; a kind of sweet potato. মোআৰ . আসা নথকা হোআ, ভিকাচন ভগ, the losing all hope, মৰ।, s chance, neans or resource মোআৰি, a.া মোহৰ মৰাভিৰি নোহোআ, ( ৰুপ বা সোন, ) coined, applied only to gold and silver, মোকমোকাই, ডন বোকবোকাই, মুখত ভাত আদিৰে কথh কৈ, to speak indistinctly, to mumble মোকদন্1, s. গোচৰ, আদালতত কবা দাই দোসৰ বিচাৰ, law suit. a মোকল, a. মুকলি, clear, open, unenclosed . মোকলফৰাs. সৌচ কৰা, বাহিৰ ফৰী, evacuations by stool. মোকোট, ৪. মোটোক, মোচোকা, জাপ, a bend, a fold. মোকোটোআ, ৪. মোকোটাই থোআ, জাপি থোআ1, bending or folding. মোকোৰা, s. মখ ভৰ৷ গৰাহ, a large nIouthful .