পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

86 আচে। আচম্বিত, ad. হঠাত, অকস্মাত, ঘুপুৰাই, suddenly, unexpectedly আচৰন, s. প্রবর্তন, আচাৰ, ৰিভি, বেৱহাৰ, conduct, behaviour, habit. আচৰা, s. আচাৰি, আচৰন কৰা, a switch, a stick, habit, practice. আচৰ৷ আচাৰি, o. ঠেকেচা ঠেকেচি, তালফাল কৰাto throw back and forth with violence, to throw any thing down in anger. আচৰিত, a. অস্তুত, আচচ, বিমই মনাastonishing, surprising, wonderful অচৰে ।আ, s. চলোআ, প্রবর্তোআ, the causing to do, or to be done. আচচ, a. আচৰিত, wonderfu , miraculous, astonishing. আচল, a. অকাবু, হাই, স্বৰুপ, নিৰ্ভাজ difficult, without means of doing, genuine, original, true. আটল বিচল, a. চল বধি নো পোআ, difficult, intricate. আচহুআ, a. অনাআভআl, নিচিনা নজনা, unfamiliar, unacquainted with আচাত বিচাত, s. ইচাত বিচাত, হাত ভৰি আচৰণ, tossing in distress. আচান, a. সহাই বা বন্ধ হিন, অকলে থক, friendless, alone, solitary. অচাম, s. অসম দেস, the country of Assan . আচামাৰি, s. ফকিৰ সন্যাসিৰ ভেঙুৰিয়া লাখুটি, a crooked staff used by travelling mendicants. আচাবs. আচৰন, প্রবর্তন, বেৱহাৰ, তেলত পেলাই থোআ আম আদি খোআ বস্তু, conduct, usage, practice, pickled fruit. আচাৰ খাই, ৮. পিচল খাই পৰ, লেটামুৰি খোআ, to slip and fall. আচাৰ মৰ', s. একাললৈ বেগেৰে মাৰি পঠিওআ, a slap, a side blow the dashing of any thing down violently. আচাৰি, s. গৰু আদি কোবোআ চেকনি, তিনি আৰু আধা (তl), আচাৰ মাৰি, আচৰন কৰি, a twig, a switch, three and a half; v. to strike, to switch, to throw down, to toss aside, to practice. আচাৰেকনি, s. পানি ওফৰাজলকনিকাচিটিকি driving rain. পৰাa অনার্জ, s. বেদ অধ্যাপক, ভটাচার্জ, a teacher of the Vedsa phi losopher, a prophet. আচিনাই, s. আজিনাই, গাৰ চালত হোআ খহুৰ নিচিনা গুটি, a part. আচুতিয়া, । ৭. সঁাচতিয়া, গোটাই থোআ, ব্যয় ন কৰাunexpended, laid আচভে, up, put aside not to be touched আচোক চাৰি, ad. থাওক চাৰি, নোজোআ1 নোহোআ কথাত বজাই, instead of. so far from as in the phrase, Instead of giving to you, I have not enough for myself. So far from speaking to him, I have not even seen him. a Slove