পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মেটা 467 মেখেলা, s. তিৰোতাৰ অধোবস্ত্র, চটি কাপ, a narrow skirt worn by in Assamese women. মেগলা, s. এবিধ পাটি বোআ বন, a species of grass used in mak. ing mats. . মেঘ, ৪. ডাৱৰ, জলধৰ, a cloud. মেঘনাদ, । ১. মেঘৰ গজন, ঢেকেনি, thunder. মেঘৰগ:জনি, ) মেঘবনিয়া, ৫. মেঘৰ বৰনেৰে, cloud colored, dark. মেঘাই, v. মেঘ হৈ, ডাৱৰাই, to cloud up, to become cloudy. মেঘােআ, s. মেম্ব হোআ, ডাৱৰোআ, ওন্দোলাই পেলোআ, being over cast with clouds. মেচ, ১. দে, ভাজা, মাজ তললৈ বহা, a bend, a crook, a curve; with 2012, or , to bend, as under a weight. মেমেকৰে, ad. অতি কিটকিট কৰে কলা, অতিসই কলকি বুআ মাত, very, (applied to black.) মেছমেচিয়া, ৫. মেমেচ কৰে কলা হোআ, brittle; very black. মেচা, ৫. মা বহা, বক উঠা, বিৰা ভভিয়া, bent, bent backwards or downwards. মেচাকি, s. গচ এজাত, জন্তু এবিধ, a species of tree; a species of wild animal; see মেচেকা, মেচামেচি, ৪. হেঁটা মেচী, মেমেচা তেমেচি, curves, crooks, windings; a. curved, winding, curling. মেচি, ১ মেচ। তিৰোতা, faunt. of মেচ, having a curved spine. মেচেকা, . বনৰিয়া আঁকা বা জন্তু এবিধ, a species of wild animal. মেজ, ৪. বৰ ঠগী, ওখ পিৰা বিসেস, a table. মেজাঙ্কৰি, ৬. এবিধ মুগা বা সুতা, এজ্ঞাত মচ, আদাকৰি গচ, a kind of silk; a species of tree. মেজি, ১. খেৰ কাঠ আদিৰ পতা দল, বিহুত পোহৰলি, a stack of wood, straw, or unthreshed grain; a pile of straw burnt " ? as a festival amusement at the end of harvest. মেটমেটুকবে, ad. নিওঁতে মেটেৰ সজকৈ জোআ, গধুৰ পেৰে, with a snap ping cracking sound. মেটমেটিয়া, a. মেটেৰ মেটে সবদ থকা, বৰ ভাব, having a snapping . sound; with ভাৰ, a heavy burden. মেটমেটোআ, s. মেট মেট সব্দ কৰা, a crackling or creaking sound. মেটা, a. see মেদ