পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4( মিডি ৰ1, n. ঘিটিা, কটিয়', গ৷ কৰিব নোঅৰা, short, below the average height or size, dwarfed. মিটি, J. মিলি, to be reconciled, to make up, as a quarrel. মিটমিট নি, ৪. সকান খাগৰি আদি ভঙ্গাৰ সবদ, a crackling . sound. মিটমি টিয়া, a. মিটমিট কৰে সব্দ উঠা, crackling, snapping. মিঠা, a. মিন্ট, সোআদসু অলপ, লাৱন্য, সুস্বাদু, sweet, pleasantagreea ble; s. sweetness, suavity. মিঠামৰা, ৪. ৩বিধ পাট মাক, লহকৰি মৰ1, a species of the hemp the leaves of which are edible মিঠামৰি, ৪. সোআদ টেঙ্গ। এবিধ, জুৰ, সান্ত, a species of fruit resem- bling the citron ; a. cool, dispassionate. মিঠৈ, s. গৰ পিঠাগৰি আদিব লাৰু, গুব, treacle, . sweetmeats মিত কটাৰি, s. সৰু আগ জোঙ্গ। কটাৰি, a small sharp pointed knife. মিত্ৰ দা, ৪. জোঙ্গ1 দ৷ এবিধ, a large knife similar in shape to the above. মিতা, ৪.। একে নাম হোআত সম্বোধন বিসেস, সখিৰ নিচিনা, a familiar address equivalent to friend. মিতিনি, s. । মিতাৰ ঘৈনি, দই তিৰিৰ মিত, fem. of the above. মিতিৰ, ৪. মিত্ৰ, কটম, ইষ্ট, a friend, a connexion. মিতিৰালি, s. কটমালি, মিতিৰৰ ভাও, friendship. মিত্র, s. See মিতিৰ মিত্ৰাখীৰ, s. পদ্যৰ প্ৰতি পদৰ সেসত থকা একে উচাৰনৰ আখৰ, rhythm, rhyme. In poetry মিথন, ৪. ত্ৰিতিয় ৰাসি, জাঁজl, the sign Gemini, the Twins. মিন, s. দ্বাদস ৰামি, মাচ, the sign Pisces, the Fish. মিনতি, ৪, বিনতি, কাকতি, বিনই, a upplication, a request, a prayer, a petition মিনা, ৪. সোন ৰুপত ৰঙ্গ দিয়া কাচৰ নিচিনা দব্য বিসেস, enamel . মিনা কৰাa. সোনৰ অলঙ্কাৰ আদিত মিনাৰে চিত্ৰ বিচিত্ৰ কৰ1, enameled or the act of enameling মিমিৰ কৰে, ad. মিহমি” কৰে, লাহে লাহে, slowly, gently, by degrees মিৰি, ৪. জাতি এবিধ, a tribe of people in upper Assam. মিৰিঅনি, s. মিৰিৰ তিৰোতা, a female of the above Tribe. মিৰিকা, ৪. এবিধ টেঙ্গাৰাঙ্গি ৰৌমাচ, a kind of acid fruit, a species of fish. মিৰিমাহ, ৪. অহৰ মাহ, a kind of pulse, (Cytricus Cajau.) মিল, s. একে হোআ, বিৰোধ নথকাসহজোগ, সম প্রিতি, agreement, union, harmony, concord, contactreconciliation.