পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4.js মাল মান্যৱন্ত, a. আদৰনিয়, মান থক। ব৷ কৰিব লগা, honored, venerated, মান্যৱান, y worthy of respect. মামৰ, s. । লো৷ আদিত ধৰা মল, rust, oxide of iron. মামৰি, s. এবিধ চাল ৰ ৰোগ, a kind of cutaneous disease. মামৈ, ৪. গেৰেকুআ তামোল, এবিধ সৰু রন তামোল, a species of wild betelnut. মায়া, ৪. চল্প, ময়, খেতৰ সাইধ, লোভ মোহ অদি, মৰম, প্রেম, illusion, magic. fascination , worldly illusion, affection, love মায়াজাল, s. লে:ভ মোহ আদিৰ বন্ধন, the net of worldly illusion . মায়াপি, a. মায়া সমন্ধিয়, বাজিক, হৰলুক, magical, worldly, illusive, fascinating ; s. a magician, a juggler. মাৰ, s . আঘাত, টাঙ্গোন, মগু, ভাতৰ নিসনি, মুঠ, জোৰ নাও, a blow, rice starch or gruel with নাও, a raft made of two or more boats bound together. মাৰ গৈ, p. অস্ত হৈ, নেদেখা হৈ, সুহি, সান্ত হৈ, to set, to disappear, to evaporate, to dry, up, to become calnm. মাৰ জোআ, s. অস্ত জোআ, সুজ আদি বহা, সোহা, সান্ত হোআ, the set ting of the heavenly bodies, evaporation ; the subsiding of anger or of a tempest, cessation মাৰল, s. বৰ ঘব ৰ মুখৰ ঘৰ, ভামুলি চৰাa . portico. মাৰলি, ৪ খুটাৰ ওপৰত চাল ধৰ। দি ঘল বঁ৷হ বা কাঠ, আও কাঠি গচ এবিধ, a transverse support of a roof resting on the posts of a building; a species of tree. মাৰি, o. দলি ঝাৰ আদি নিলগলৈ খেপন কৰি, মৰিয়াই, জপাই, বধ কৰি, কঁৰিয়াই, গুলিয়াই, বাৰি, জহনি, to beat, to strike, to shut, to kill, to shoot, to destroy; s. a rod, a stick, a ortal disease. as cholera. মাৰিমৰক, ৪. জহনি আদি, cholera, a pestilence. মাঘাত, s. মন তুল্য আপদ, কষ্ট, বিপত্তি, a dleadly blow, a fatal calamity. মাভাত, ৪. সু ত৷ সিজোআত দিয়া৷ আধা খুন্দ৷ ধানৰ ভাত, broken rice or paddy boiled and used for sizing. মাল, ৪. বাহু জ জাৰু, মই, a wrestler, a boxer. মালঘুধ, s. মালে কৰা জুধ, wrestling, boxing . মালতি, s. সুগন্ধি ফল এবিধ, a species of fragrant fower. মালভোগ, s. এবিধ ধান, কলা এবিধ, বনৰিয়৷ সাক বিসেস, a kind of paddy, also of plantain ; an edible wild vegetable