পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাটি o ম।খি, ৪. পতঙ্গ বিসেস, a fly মাখি অতি, s. বিহুত গৰু কোবোআ এবিধ সত্ত্ব গচ, a tree the twigs of which are used to drive home the cows on the Bihu festival. মাৰিডাল, . চালৰ ওপৰৰ পাতল চাল, the upper or scarf skin. মা খমৌ, 2.) এবিধ সৰু ীে, a species of small , honey bee. মাখুন্সি, ড. মাইকি হাতি, a female elephant. মাখৌগলা, a. ব{ গলাগোখোৰা গল।, having large cheeks. মাগন, ৪. ভিখ্যা কৰাখোজা, গোনোআ, begging, asking, soliciting মাগনি, s. খোজনিয়াৰ তিৰি, a female beggar, মাগি, জ. খুজি, ভিখ্যা কৰি, গোনাই, to beg, to ask, to solicit মাগোন, s. see মাগন. মাঘ, s. হিন্দুৰ দমম মাহ, the tenth hindoo month, being parts of January - February. মাঘিমমি, s. see মাকৰি, মাঘৰ সজ। সপ্তমি. মাচ, s. মহস্য, মিন, a fish. মাচকইট, s. পানৰ সলনি চালেবে তামোল খোয়া এবিধ গচ, a species | of tree. মচিতি, s. মাচ ৰহিয়া, সৰহ মাচ ধৰিব পৰা, expert at fishing. মাচতিয়াৰ মাচমৰিয়াs. মাচ মৰ লোক, জালো আইa fisherman. মাচুল, ৬. ভেৰোন, দান, postage, fees, taxes. মাজ, s . মধ্য, ভিত, অন্তৰ, the middle, the centre, an interval; among, in the midst ; n. intermediate, central, middle. মাজ ডাঙ্গৰি, a. ককাস ড! লৰ (তিৰি, ) having a large waist, (fem.) মাজতিয়া, a. মাজত হোআ, মাই, between, in the middle. মাজপাচ, a. ঘৰৰ চালৰ তিনি ভাগৰ মাজ ভাগ, কুমৰ ভাগ, the middle portion of one side of a thatched roof. মাজালি, e. মাজত থকা, মাজ ৰ ভাগ, a middle piece ; a. middle. মাজিউ, । ৪. মাজৰটো, মাজতিয়া, a middle or second one, (applied to children in a family.) মাজুলি, ৬. দুগুতি নৈৰ মাজত থকা চাপৰি, উপদিপ, an island. মাজে মাজে, a. মাজেদি, মধ্যে মধ্যে, মজামজিকৈ, কেতিয়াবা কেতিয়াবা, through the middle, now and then, sometimes. মাজে মুধে, ad. আগ পাচ নেচাই, উখ মুধ নাইকিয়াকৈ, heedlessly, . care lessly, without looking to the resu}t. মাটি, s. ভূমি, মিত্তিকা, earth, soil, ground.