পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহি 453 মহানিম, ৪. এবিধ তিতা গচ, নিম তিত, the imtit tree. মহ। নিসা৫। মাজ নিসামানিসা, ঘোৰ নিসা, the dead of night, midnight. মহাপথ, s. ৰাজবাট, মিত্ৰ, a highway, death. মহ। পৰাa. অলপ ভেঁকুৰ৷ পৰা, বিবৰন পৰা, slightly mouldy or defaced . মহা পাতক, । ৪.া বৰ পাপ, হিন্দু মতে ব্ৰাহ্মন বধ আদি পাঁচ বিধ পাপ, a মহা পাপ, leinous offenceone of the five ghest crimes. মহ৷ পাতকি,। a. । পঞ্চম মহ। পাপি, বৰ পাপি, guilty of the above . মহা পাপি, মহাপুৰুস, ও. সিদ্ধ লোক, এী সঙ্গৰ দেৱশ্ৰী মাধ দেৱ, a saint, a great man, a nobleman a title given to Shri Honor and a lo Deo. মহাপ্রলই, s. কম্পান, চৌধভূবন নাস, জি প্রলয়ৰ পাচত একো নেথাকিব, বৰ আপদ, a dissolution of the world, occurring according to hindoo ideas, every 4,000,000 of yeare; also the great dissolution of the universe, connensurate with the life of Brahma, when saints, goals, and Brahna himself will nelt away and vanis . ( Wilson. ) মহাবিয়াধি, খন বৰ বিয়াপাৰ, কুঠ ৰোগ আদি, an incurable or nor- aেl disease. মহাবিস্ব, । বহাগৰ সংক্ৰান্তি, চতৰ বিহু, the day on which the sun passes from the last to the first sign of the zoliac. মহাভূত, . বৰ ভুত, প্ৰিথিবি, জল, আকাস, অগ্নি বায়ু, এই পঞ্চ ভুত, a pri. mary element of which the indoos reckon five viz. earth. water, air, fire, ether. মহামহিম, a. বব মহিমাযুক্ত, মান্যৱান, most noble, illnstrious & c. মহামায়া, s. অসাৰ সংসাৰ, নগা, worldly illusion, the v amity of the world; an epithet of Durga মহামাৰি, ৪. বৰ মৰক, মাউৰ, জহনি, ৰাজপিবা, a pestilence, plague মহামু ল্য, a. অতি মুল্য, বহু মলিয়া, precious, costly, high priced . মহাৰাজ, s. প্রধান ৰজা, সৰ্গদেও, a great king or sovereign; an ad. dress to royalty equivalent to your majesty মহি, s. প্ৰিথিবি, the earth. মহি, s. চিয়াহি, ধাতু আদি গলোআ পাত্ৰ, ink, an earthen vessel used for fusing metals, a crucible. মহিচঙ্গা, s. মৈলাম, লিখিবলৈ ধৰি চিরাহি থোআ পাত্ৰ, an inkstand. মহিপাল, ৪. ৰজা, প্ৰিথিবিক পালোঁতা জন, a king, a sovereign, it. a preserver of the earth.