মহি 453 মহানিম, ৪. এবিধ তিতা গচ, নিম তিত, the imtit tree. মহ। নিসা৫। মাজ নিসামানিসা, ঘোৰ নিসা, the dead of night, midnight. মহাপথ, s. ৰাজবাট, মিত্ৰ, a highway, death. মহ। পৰাa. অলপ ভেঁকুৰ৷ পৰা, বিবৰন পৰা, slightly mouldy or defaced . মহা পাতক, । ৪.া বৰ পাপ, হিন্দু মতে ব্ৰাহ্মন বধ আদি পাঁচ বিধ পাপ, a মহা পাপ, leinous offenceone of the five ghest crimes. মহ৷ পাতকি,। a. । পঞ্চম মহ। পাপি, বৰ পাপি, guilty of the above . মহা পাপি, মহাপুৰুস, ও. সিদ্ধ লোক, এী সঙ্গৰ দেৱশ্ৰী মাধ দেৱ, a saint, a great man, a nobleman a title given to Shri Honor and a lo Deo. মহাপ্রলই, s. কম্পান, চৌধভূবন নাস, জি প্রলয়ৰ পাচত একো নেথাকিব, বৰ আপদ, a dissolution of the world, occurring according to hindoo ideas, every 4,000,000 of yeare; also the great dissolution of the universe, connensurate with the life of Brahma, when saints, goals, and Brahna himself will nelt away and vanis . ( Wilson. ) মহাবিয়াধি, খন বৰ বিয়াপাৰ, কুঠ ৰোগ আদি, an incurable or nor- aেl disease. মহাবিস্ব, । বহাগৰ সংক্ৰান্তি, চতৰ বিহু, the day on which the sun passes from the last to the first sign of the zoliac. মহাভূত, . বৰ ভুত, প্ৰিথিবি, জল, আকাস, অগ্নি বায়ু, এই পঞ্চ ভুত, a pri. mary element of which the indoos reckon five viz. earth. water, air, fire, ether. মহামহিম, a. বব মহিমাযুক্ত, মান্যৱান, most noble, illnstrious & c. মহামায়া, s. অসাৰ সংসাৰ, নগা, worldly illusion, the v amity of the world; an epithet of Durga মহামাৰি, ৪. বৰ মৰক, মাউৰ, জহনি, ৰাজপিবা, a pestilence, plague মহামু ল্য, a. অতি মুল্য, বহু মলিয়া, precious, costly, high priced . মহাৰাজ, s. প্রধান ৰজা, সৰ্গদেও, a great king or sovereign; an ad. dress to royalty equivalent to your majesty মহি, s. প্ৰিথিবি, the earth. মহি, s. চিয়াহি, ধাতু আদি গলোআ পাত্ৰ, ink, an earthen vessel used for fusing metals, a crucible. মহিচঙ্গা, s. মৈলাম, লিখিবলৈ ধৰি চিরাহি থোআ পাত্ৰ, an inkstand. মহিপাল, ৪. ৰজা, প্ৰিথিবিক পালোঁতা জন, a king, a sovereign, it. a preserver of the earth.
পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই