পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰমি, ৯. খেমা কৰি, দোস এবি, সহি, to forgive, to forbear, to endure. মৰ হা, a. জিন হোআ, সুকান, পচ৷ বিসেস, old, dried up, sluriveled, faded. মৰহি, ত. জিন হৈ, সুকাই, নিৰস হৈ, to dry up, to wither, to fade. মৰা, s. মৈৰ। চরাই, এবিধ বৰ মতা হাতি, ঘৰৰ চালৰ দই মুধে দিয়া৷ কাৰৰ পোলা খেৰ, a peacock, a species of elephant; a tuft of thatch bound on the ends of the ridge of a house. মৰা, a. শ্রিত্যু হোআ, বধ কৰাপ্ৰহাৰ কৰা, সন্ন্যাদিব গুটি সৰোআ, dead, beaten, struck, thrashed, killed; s. the act of beating &c. মৰাই, ৪. ধান আদিৰ ঔট সৰাই, প্রহাৰ কৰাই, বধ কৰাই, to cause to be threshed or trodden out as of grain, to cause to beat or kill মৰান, মটক বা মে।আমেৰিয়া৷ লোক, the Mutude district and its people . মৰাপাট, ৭ . মৰ। গচৰ চালৰ মুত৷ বিমেস, hemp, jute, (Corchorus Olitorious মৰামবি, ৪. কিলাকিলি, মৰিয়ামৰি, টঙ্গনাটঙ্গনি, a mutual striking back and forth, n scifile. মৰামু G. মৰাৰ মূৰ নিতান কৰ। ফালা, উত্তৰ পূবৰ মাজ দিম, the point of the compass, ( N. A. ) towards which the head of a corpse is laid. মামুআ, a. মৰ। মুকৈ থকা, pertaining to the V. a. as above মৰাৰ পেৰ1, s. ম স থোআ পেৰা, মৰন । পেবা, a coflin. মৰি, ০. মিত্য হৈ, to die, to be extinct. ম-বি, s. এবিধ টেঙ্গা, এবিধ পেপাa species of citron, a kind of trumpet মৰিসি, ০. হাবি মাটি কাটি থৈ, হাবি মাটি মাৰি থৈ, to cut jungle pre. paratory to planting the following year মৰিচ, s. see জলকিরা- মৰিচ, এবিধ খোআ৷ সাক, কাহ পিতলৰ মামৰ বিসেস, a species of edible vegetable, verdigris. মৰিয়t, s. পিতল গহোতা এক জাত মানুহ, a class of braziers. মৰিয়াই, ৫. টঙনিয়াই, কোবাই, to beat, to strike, to cause to be beaten. মৰিয়ানি, e. মৰিয়ৰি তিৰোতাfem. of মৰিয়া, which see. মৰিয়ামৰি, a. see মৰামৰি. মৰিসালি, ৪. মৰা পোতা বা পোৰ ঠাই, সামনসালি, a graveyard, a burial ground, a cemetery