পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মধ 4.5 মস্যএ. মাচ, বিজু ৰ প্ৰথম অৱতাৰ, a fish, the incarnation of Vish. noo in the form of a fish. মত।, a. পুৰুস, কোআ, নিমন্ত্ৰন কৰা, খেমা খোজা, a male; the act ofcall ing, inviting, or of begging pardon d. male, called, invited. ম-ত1, s. গন্ধক আদি বাখৰেৰে কৰ। জুইৰ ধেমালি, a kind of fire works. মতাই, ৬. বোলাই, নিমন্ত্ৰন কৰাই, খেম৷ খেভিাই, to cause to call, to invite, to beg pardon. মতি, s. মন, বুধি, আসই, ইচ, mind, understanding, disposition, desires, inclination মতোআল, a. see মতলিয়।. মথন, s. মথামাখন কৰিবলৈ গাখিৰ আদি ঘোটা, stirring, churning . মথনি, a. মথন আমছিয়, ফ্ৰিহেৰে মথে, relating to the above ; with মাৰি, a churming stick. মথn, s. মথন কৰা, গাখিৰ আনি ঘোটা, the act of churning; a. churned. মথাউৰি, , s. বাহঁনি পানি ভেটাৰ কাৰন নৈৰ দাতিৰ ওখ আলিধৰ, an মথাবি, } embankment. মথি, ৪. মথন কৰি, ঘোল কফি, to churu. মথৰাs. তির্থ বিসেস, কংস ৰজাৰ নগৰ, Mathura, a town celebrated as the birth place of Krishnoo. মদ, s. ভাত আদিৰে কৰ। ৰাগিয়াল বস, সুবা, চেৰাপ, ফটকী, arrack, spirituous liquor. মদন, a. কামদেউ, কাম, the name of the hindoo Cupid; lust. মদন।, ৪. পর্বতিয়া ভাটেী এবিধ, a species of parrot. মদ পি, . মদাহি, মুৰ৷ পান কৰোতা, a drinker of arrack, a drunkard. মদ আ, a. সদাৰ কাঠৰ দৰে বা বৰন, soft, wood . কোমল without heart মদাৰ, a. মন্দাৰ বিখ্য, the coral tree ; (Erythrina Fulgens. ) মদাহি, e. see মদপি, a drunkard. মধা, . মুঠ, পোলা, a large bundle, an armful, ( as of wood &c.) মধামধে, ad. পোলা পোলে, আকৌআলে অাকোআলে, bundle after bundle ; in bundles, মধ , s. মৌ মাখিৰ ৰস, মৌ, honey ; a . , melodious. sweet মধনা, s. কলা গচৰ মাডৰ সাৰ ডোখৰ, the heart of the plantain tree. মধুপর্ক, s. উচৰ্গা কৰিবলৈ গোটোআ গাখিৰ মৌ আদি, a religious ofier. ing of milk and honey. মধমই, a. মৌৰ দৰে সোআদ, মৌী জেন, sweet; honied, mellifluous. মধৰ, a. সোআদ, মিঠাসুললিত, sweet, luscious, pleasant. 57