পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

30 9 , s. চিনিব বুজিব পৰাthe act of perceiving or understanding a. perceived, understood. ঐকলুআ, a. খাবলৈ লবলৈ নোপোআ, বস্তুত বব হঁপাহ কৰাnot plentiful scarce hankering after, greedy. আঁকি, 3. আঁক দি, চিন দি, চিৰদি, to rule, to mark, to stripe . Hকুহি, s. হাকুটি, আগ ঘোৰ খে।আ৷ বাৰি, a looked instrument used to seize and draw with. আঁকোৰ বঁাকোব, a. কেঁকোৰা কেঁকোৰা, ঢেঁক৷ বেঁকি, crooked, eurved. bent, turned. আঁকোর্গোজাa. একথিয়ান কৰিলে নেবে।তা, of one word, obstimate , self -led, head-strong, determined . আঁকোৱাল, s, দুই হাতৰ বে ৰ, সাবট মৰা, a double armful , as much as can be clasped by both arms with মাৰি to embrace, to cla. আঁচ, s. ৰেখাট্রাক, ফাট মেলাa marka point, a line, a crack, আঁচল, s. কাপৰব আগবিহাৰ অংগ ফল, the end or fovered border of a cloth আঁচলা, ৪. এতৰপিয় এৰিয়াৰ কাপৰ, an Eria cloth worn single tাS, s. বৰনিয়৷ তা, colored thread. আঁচঅলি, s. আগত ফল দিয়া কাপৰ, a cloth with a flowered border- তাঁচওআ, s. খ ধওআ, আচমন ক ৰা, causing the mouth to be rinsed তচকৰি, ) s. দাৰু হৰিদা, অ্যাচ বোলোআ গচ, a tree the root of আঁচুক ঠ, which is used in coloring yellow . আঁচুৰি, o. নখেৰে আঁচোৰা, মুৰ ফনিওআ, to scratch, to comb. আচুৰি পিয়ুবি, ৬. নখেবে অথালি পথালিকৈ আঁচোৰা, to scratcl , to lacerate, to use every means to obtain a livelihood. আঁ চাৰ, s. চিন, নখ ৰ ঘা, a mark, a scratch. আঁচোৰা, s. মুৰ ফনিওআ, আঁচুৰি পেলোআ, the act of combing the hair. scratching, আঁজলি, s. অঞ্জলি, দুই হাতৰ জোখা, a double handful. আঁজোৰ, s. ট্ৰোতকৈ টানি অনা, a short sudden pull, a twitch. আঁজোৰ পিজোব, s. টনাটনি, আজোৰ৷ আঁ।জুৰি, pulling back and forth, scufing, scrambling to obtain. আঁজোৰা, a. টোতকৈ বলদি এৰুৱাই অনাকৰিবলৈ আচল, সুৱলা নহই, jerked, twitched, pulled suddenly, intricate, difficult. অ টিাল, s. ওপৰ চাঙ্গ, an upper floor, a platform, a scaffolding. আঁঠাs. ওঁঠ, কবাল, লংগি ধৰ৷ বস্তু, gum, any sticky substance.