পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অওমৰন, s. বৰ দখ পাই মৰা, নিৰাই হৈ মৰা, an unnatural or very painful death. আওৰাই, ০. অভ্যাস কৰা, মনত ৰবলৈ ঘনে ঘন পহ1, to practice, to learn, to commit to memory. আওৰোআ, 's. মনত থাকিবলৈ সিক, মুখত অহোআ, সাঁৰিয়া , the act of practicing or of committing to memory ; a. com mitted to memory, practiced, learned. আওলা, s. পানি পাচ, যৰ পানিপাচৰ খুটাৰ পৰা বাহিৰ ডোখৰ চাল, the lower portion of a roof, the eaves of a house. আওহতিয়া, a. বাওহতিয়ালেবেবাহভিয়া, এমুৰিয়া, left handedl, out of the way, at one side আlওহা, s. অ্যাওয়া, the act of leaning against আওহাত, এ. বাওহাত, লেবেৰাহাত, the left side, the left hand. আওহেলাs. অ ছেলা, আওকান, অনুধা, contempt, disregard of authority, ueglect. আওহোআ, a. অ্যাওজাই থোআ, আওহাই, the act of placing one thing against another in a leaning position. আঁউতি, ৬. অ্যাওহি, পিঠিৰে ভৰমি, to lean against, to lean or rest on. অ্যাওকলিয়াa. দুই হাতৰ বেৰে পোআ, a measuro of bize, as much as can be claped by both arms. অ্যাওচ, হাল বোআত অ্যাচ দি বহোআ মাটি, a piece of land sur rounded by a furrow for ploughing, ওচ1, s. খাই মুখ ধোআ, the oct of washing the nouth; a. washel . আঁওজা, a. আওহা, পিঠিৰে ভৰদি থকাভেজাদি থকা, leaning against. আঁও পাও, 4 পেট পকো, নাৰি লুটিয়াপুটি কৰ, griping pain, colic. ওসি, অমাবস্যা, জোন মৰা তিথি, the disappearance or last আওহি, chage of the moon, ঐ ক্য, বেত মেলি থকা, মুখ মেলা, the act of opening the mouth. আক, . জাচ, চিন, ৰেখাচিৰদিয়াফাট লোআ, অঙ্ক, a unark, point, line, crack, a numerical figure আঁকনি ববি, s. আঁটনা বাৰি, an instrument for marking lines. জাকবাক, a. আঁকাবঁকা, নানা বৰনিয়া, striped, variegated, spotted. অকমচা, ১ বাট মৰা, নোজোআ নেমেলা, বৰ সঞ, the breaking off of friendly intercource, an enemy. আঁকৰা, a. আঁকৰা, মাত ফুটাই কব নোঅৰা, having an impediment in the speech, tongue tied. }