পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

890 বহ। বস, s. দমন, আগ্যাৰ তল, অধিন, control, subjugation. বস কৰ1, . দমন কৰাঅধিন কৰা, আগ্যাৰ তল কৰাsubjugated. বসতি, ৪. বাস, থকা ঠাই, a residence, a dwelling place, an abode; with কৰি, to settle, to d well. বসন্ত৪. নুতি বা বৰ বিধ আই, খহু বিসেস, চত বহাগ মাহৰ ৰিy, the mea sles, the small pox; the vernal season, from the middle of March to the middle of May. বসন্তকাল, ৪. ফল পাত আদি মেলা সমাই, চত বহাগ, spring &c. বসিষ্ট, s. মনি বিসেম, এজন ৰিসি, the name of a famous sage. বসু, ৪. ধূবকে আদি কৰি হিন্দু মতে আঠ জন দেৱতা, আঠ সংখ্যাa. kind of demi-god of whom eight are enumerated, hence in the hindoo symbols this word stands for eight. বসুদেৱ, ৪. শ্রক্রিষ্ণৰ পিsি, Bahoodeo, the father of Krishnoo. বসুমতি, s. বসুন্ধৰা, প্ৰিথিবি, ভুমি, ধৰনি, মেদিনি, the earth. বস্তু , s. দ্রব্য, বেহানি, সামগি, পদার্থ, an article, a thing, materials, baggage, personal property or effects. বস্ত্ৰ, s. কাপ, বসন, clothing, rainent, apparel, a garment. বহখোআ, ৪. কন্যা কাল নোহোআকৈ থকা, বয়স লোআl, beyond the usual period of puberty. বহৃত s. ডেওআ৷ গচৰ গুটি, a species of tree and its fruit. বহত, ) s. খাতত বন কৰি মাটি খোআ লোক, বন্দি বিসেস, a settler বহতিয়া, on the land of another, a land tenant. বহন, s. see বহ', বহনা, s. মৰম, শ্নেহ, সাদৰ, affection, love, esteem. বহৰি, ৪. বৰ বিধ সেনৰ নাম, a species of hawk. বহল, a. বিস্তিন, মুকলি, ফেলেঙ্গ, পথালি জোখ, broad, wide, spread out, extended: s. width, breadth . বহলাই, J. বহল কৰি, বিস্তাৰি, অধিক কৰি, to widen, to spread out. বহলেীআা৪. বহল ক1the act of widening &c. বহা, ৪. পজা আদি সৰু ঘৰ, বহি থকা, a huta shelter, a sitting বহাই, 0. বহুআই, চাপৰাই, চৰু আদি আখাত দি, to seat, to lower, to place a cooking vessel over the fire বহাগ, s. হিন্দ মতে বচৰৰ প্ৰথম মাহ, the first hindoo month, embra cing a part of April and M বহাগি, s. দোলাথোআ কেপ দিয়া মাৰি, বহাগত হোআ, a frame for supporting a palkee; produced in the month of Bohag.