পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

881 বগৰোআ, ৪. বগৰাই নিয়ালুটিয়ালুটি কৰোআ, rolling or tumbling about. বগল, s. কাসলতি, মোন। বিসেস, the arn pit, a sleere gusset, a kind of small bar carried under the arm. বগা, a. সুকুলা, ধৱল, ধৌতমনি, নিক, ববন এবিধ, white, clean ; fem. বগি, বগাই, 0. বুকুৰে চুচৰি, গচ আদিত পৰুআ৷ আদি ফুৰি, to crawl, to creep, to climb. বগাম টি, . ধা মাটি, খৰি মাটি, chalk. বগিতাম, ৪. টিন, tin. বগিয়াবগি, s. বাগি দিয়াদি, হাঙ্গিয়াহাঙ্গি, ইটে মিটে হাঙ্গি ধৰাধৰি, contention, strife, rivalry. বঙআবাই, 8. হাত ভৰিএৰে ফৰি, to crawl, to creep on all fours. বগঅবোআ, s. হাত ভৰিএৰে ফৰাcrawling, creeping. বগোআ, ও বুকুৰে বাট বুলা, বগাই ফুৰ, crawling, climbing. বঙ্গ , ৪. লাচাহাব লোকৰ ঘৰ, বঙ্গাল দেমি দুৰ্য, a bungalow, tho country or people &c. of Bengal, বঙ্গহ, এ. গোত্ৰ, সতি সন্ততি, বৎস, a generation, descendants, a family• বঙ্গাল, s. বঙ্গ দেস বা তাৰ লোক, Bengal, the country or people. বঙ্গালি, ৪. বঙ্গাল দেসৰ, a Bengali, relating to Bengal. বঙ্গিয়1, s. see বকিয়া৷ , বচ, ৫. উসধি ত্রিন এবিধ, তামোলৰ পোক, the Orris root ; an insect injurious to young betelnuts. বচন, ৪. কথা, বাক্য, সাত্ৰব শ্লোক বা পদ, a word, a dictum, a pas sage in a sacred book or in a codle of laws. বচব, ৪. বাৰ মহি, সক, সম্বৰমাল, a year বচবউদানি, adl. প্রতি বচৰে, বচৰি বচৰি, yearly, year by year. বচনচালে, বচৰবম্বিয়া) a. প্রতি ব৷ গোটেই বচেৰেকত হোআ বা থকাannual , বচবিবস্কিয়া , ' yearly. বচৰ বিয়নি, , a. বচৰে বচৰে পোআালি জগোআ মাইকি, producing বৰসিবিয়নি, y young yearly. adl. বচৰ চালে, প্রতি বচবে, বচৰ উদানে, annually. বচৰি বচৰি, বচৰিয়া, a. বচৰত হোআ1, বচৰ সম্বস্কিয়, of one year, relating to a year. বচাa. বাচ বা বেয়া৷ গছুউজু, মিহলি নথকাআচম দেসৰ এক চহৰ, মাচ এবিধ, মাচ আদি , ভাল বেয়া আদি ভাগ ভাগ কৰা, sorted, classified : ৪. a class of people, a species of fish 48 ,