পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

369 ফনি ফঁপবা, ) ৫. ফঁপিৰে ধৰা, খহটা, তেলকূৰ নহ, scurfy, rough to ফপৰিয়ী, the touch. ফঁহিয়াই, v. দিঘলকৈ চিৰচিৰ কৰি, চিটিয়াই, to split into strips. ফহিওমা, s. সৰু সৰুকৈ চিটচিট কৰ', the act of splitting into strips. ফফকিয়া, a. মিচাতে বকাই ফুৰা, ভকিয়া, নিকা, boastful, brag gart, snowy white. ফকৰা, s. জোজোনা, চলধি, an enigma; with পতা, intrigue, plotting. ফকাম, s. পানিপাত দিয়া চতি, a brace in a roof extending from an outer to an inner post; pride, arrogance; with GfT, v. to be filled with pride. ফকিৰ, s. সন্যাসি বিসেস, মচলমানৰ বৰাগি, a mendicant, a hermit. s। ফফঙ্গিয়া, a, ভালকৈ পহৰ হোআ, ফৰকাল, day light, not cloudy. ফফচিয়া, a. বলি আঁহিয়া, এঠা ৰহিত, crumbling at the touch, mealy. ফচৰাই, at সিঘে চিগা বা ভগ, suddenly, applied to the sound of anything bursting, breaking or piercing. ফচৎ, a. অকামিলা, ফুচুবি, worthless. ফচৌ , ১. মানৰ কপিৰ এবিধ, a kind of Burmese silk cloth. ফচৌচৌঅ, s. ফুচুৰি কথা কোআ, মিচা, অসৰি, a flashing in the pan; a. vain, futile, empty. ফটকা, s. তুলাপাতেৰে মেৰাই কব খাৰ বাজি এবিং, a fire cracker. ফটফটির, ৫. নির্মল, ফটিকৰ নিচিন, জলি থকা, clear, transparent, crystal. ফটৰ, ৪. ফুটা বা চিগাৰ সৰু সন্স, the sound of snapping or bursting: ফটা, a. দফাল হোআ, ফাট মেলা, চিৰচিৰ, split, cracked, rent, torn. ৩৯ ফটকানি, ৪. চিৰ কানি, কাপৰৰ চিগা ডোখৰ, rags, shreds, tatters. ফটাচটা, } a. ফাটি ডোখৰ ডোখৰ হোআ, চিগা ভগ, অনেক ঠাইত ফটাচিটা, । ফটা, torn to rags, tattered. ফটিক, s. আচিৰ নিচিনা বগা বস্তু এবিধ, a crystal, quarta. ফটিকা, ৪. সুৰা, মদ, spirituous liquor. ফটয়াই, ১. ভৰি ফটা বেগ এবিধ, a disease of the feet. ফন, s. সাপৰ ফেট, অলি আদিৰ ঠেঙ্গুলি, the hood of the cobra, a branch root or tuber. ফনি, ১. চুলি মেলেআি জন, সাপ, a comb, a serpent. ফনিউজ, ৪. মুৰ আঁচেৰিা, মুৰ মেলোআ, combing; a. combed. ফনিয়াই, ১. চলি আঁচুৰি, মুৰ মেলাই, to comb the hair. ফনিস্বৰ, s. বাসুকি, পধান নাগ, Bahuki, lit. the king of serpents, the fabulous serpent Bahuki.