পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

359 পুন পঙ্গ, s. চমক, উহ, a fountain, a spring পজ উলিউআT, s. সঁচাই মিচাই কথা বহাই কোআ, উহ উলিউআ, ex aggeration পুঙ্গা, ৪. বৰহিত বান্ধি দিয়া কহিলা বাঁ পাখি আদি, মাচ এবিধ, a float | to a fish line , a species of fish. পজক, s. পজ। কৰোতা, a worshiper, one who makes a pria. পুজনিয়, এ. পুজ৷ কৰিব লগ, আদৰনিয়, সেৱনিয়, worthy of worship, reverenced, hallowed. পুজা, ৪. সে ৱ। তাচনা, সমান, worship, adoration, homage. পুজাৰি, s. পুজা কৰ৷ বামুন, an officiating priest, a worshiper. পুঠি, s. সৰু মাচ এবিধ, a species of small fish. পুতs. See পুত্ৰ, SOn. পুতলা sা ওমল! মুর্তি, প্রতিমাa doll, a puppet, a small image, পুতলিকা, an idol. পুতাই, ৪.া পুতেকলৈ অতি মৰমৰ মাত, a term of endearment addressed to a son. পুতি, . প্লাত পুৰ কৰি, মাটিৰে ঢাকি, মৈদাম দি, to fill up, to bury পুতি থোআ, a. পোতা, গত পূৰ কৰি থোআ, মাটিৰে ঢাকি থোআ, মৈদাম বন্ধlburied, interred. পুতুখোআ, ৫. পুতেকৰ মুৰে গালি পৰাপুতেকৰ মুৰ খোআ, a term পুতুমুৰখোআ, ' of abuse; ( uit . eater of your son's head ) merciless, without natural affection &c. ৪. সন্তান, লৰা, পুত্ৰ, a son . পুতৌs. চেনেহ বা মৰম দেখুউআর মাত, affectionate language used in fondling or caressing পুতৌ কৰা৪. মৰম কৰা, উপকাৰ কৰাshowing aftection or respect. পুত্রs . see পুতেক, a son . পুত্ৰপৌত্ৰাদি, a. পুতেক নাতিএক আদি, posterity, descendents. পুরি, ৪. জিড, দহিত্রি, কন্য, চোআলিa daughter. পুথাও, ৪. ককাক, আহোমৰ বাপেকৰ বাপেক, a grandfather, ( Ahom.) পথি, s. সান্দ্র, কিতাপ, গ্ৰন্থ, a book, a shaster. পুনঃ, ad. পুনৰাই, দুনাই, আকও, আৰুবাৰ, again, repeatedly. পনচ, পনচবিয়া, ও. নোআইভোলনি বিয়, কন্যাকাল হোআ, a second mar = riage; a. marriageable. পনৰ উঠানি, ৪. পনৰ বাৰ উঠ, মৰনৰ পৰ। উঠl, the resurrection,