পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাদ পাগুৰোগ, s. সোথ ৰোগ, the dropsy. পাত, s. বিখ্য আদিৰ পত্ৰপৰাa leafof a tree or book; a. falling, fallen. পাতক, s. পাপ, অধৰম, অপৰাধ, sin, guilt, crime পাতেক, পাতকি, a. পাপি, অপৰাধি, কুকমি, sinful, guilty, criminal. পাতত দিয়া, a. পাতেৰে মেৰাই পোৰ, rolled in a leaf for roasting. পাতন, s. পতাথাপন, founding, contriving, arranging. পাতমুচি, ৪. এবিধ সৰু চৰাই, a species of bird. পাতল, । ৫. লঘ, পনিয়াপিৰপিৰিয়াসেৰেঙ্গাগোট গোট, not heavy, পাতলা1 light, thin in texture, diluted, separate, widely apart. পাতলালি, ৪. পাতল ভাও, চুলুঙ্গ পৰ্কিতি, shallowness, fickleness, lightness. পাতলিয়', a. পাতল হোআl, thin, sparse. পাতলকৈ, ad. সেৰেঙ্গাকৈ, এটা এটাকৈ, thinly, sparsely পাতসিয়া, ৪. এবিধ নিচেই সৰু চৰাই, a species of bird. পাতাল, মাটিৰ তল, ৰসাতল, নাগ লোক, one of the seven hindloo hells and the abode of the mags or serpents. পাতালগাজানি, s. পতালৰ পবউঠ৷ গুমগুমনি, any deep rumbling sound, like that preceeding an earthquake. পাতাল ফুট1, a. প্ৰিথিবিৰ তলিলৈকে ফুট, অতি দ, অনেক দিনিয়াচহকি, deep, unfathomable, of long standing wealth and position. পাতি, J. থাপন কৰি, নিজুক্ত কৰি, থিৰ কৰি, কৰিবলৈ জুগুত কৰি, চেপেট। সাল, to set up, to found, to establish, to appoint, to prepare to do, to old out the hand to receive anything, to set (as a trap, ) to bare or expose any part of the body; s. a small wooden wedge. পাতিকাউৰি, s. সৰু বিধ কাউৰি, the common crow. পাতিহাহ, ৪. পোহনিয়া৷ সৰু বিধ হাহ, a duck. পাত্রs , . কঁহি বাটি আদি জিহেৰে বস্তু অন। নিয়া কৰে বা জিহত থই, পাচি আদি, a vessel, a receptacle; a. fit, competent, worthy পাঁথৰ, s. জাৰন আদি সিল, a fint. পাদ, ৪. পদ, চৰন, বাবু এৰা, শ্লোক আদিৰ চাৰি ভাগৰ এভাগ, a foot, breaking wind. পাদজ, a. সুদু জাতি, produiced from the feet, as the lowest of the four castes are said to have sprung from Brahna's feet পাদপদ্ম, ৪. চৰন কমল, স্তুতি বা মান্যৰ ম’হ, a lotus foot, a term of endearment or flattery.