পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নোকো নেপাহ ৰা, a. ভল নোহোআ, মনত থক, not forgotten, remembered. নেপুৰ, ৪. ভৰিৰ অলঙ্কাৰ, a tinkling ornament worn around the ancles. নেফানেফ, d. ফাহ ফাহ বা থান থান, disarranged, as the hair &c. নেমুটেঙ্গ1, s. এবিধ টেঙ্গাa species of acid fruit, the lime. নেমেলাa. মুকলি নকৰ1, বান্ধত থকাnot loosed, bound. নেৰ, a. এৰি নিদিয়া, ধৰি থকা, unyielding , holding on ; with কৈ, ad. unceasingly, incessantly . নেৰানেপেৰাকৈ ad. খতি নোহোআকৈ, continuously, without ceasing. মেৰি, a. এৰি নিদি, ধৰি থাকি, not to cease or leave. নেৰিয়া, ৪. এবিধ মাচ, a species of fish. নেবোত1, ৪. এৰি নিদিওঁতাৰাখোঁতা, a keeping, a holding on. নেৰোপানি, a. নেপাই নেৰা, কেবেন। কুটাpersevering, persistent. নেলি, s.া ডিঙ্গিৰ নলা, টেটু, tie trachea or wind pipe. নে ল, নেলিয়কিটাৰি, s. নালেবে সৰু কটাৰি, a kind of small knife. নেলুকাs. এবিধ গোন্ধোঅ1 গচ, a species of the cinnamon tree. নেলেখা৪. লেখ নকৰা, আখৰ নিদিয়া, unnumbered, uncounted, not reckoned, unwritten নেহ, ৪. চেনেহ, ঘেথা, প্রিতি, love, affection, regard. নৈ, s. নদি, বহল সোতা, a river. নৈর্দাতি, ৪. নৈৰ কোস ব৷ পাব, the river's edge. নৈবেদ্য, s. দেৱতাৰ আগত দিয়া খাদ্য দ্রব্য, an oblation, an offering. নৈৰিত৪. দখিন পচিমৰ মাজ কোনা, the south west. নো, ad. অব্যই সব, নোহোআ নথকাক বুজাই, an indeclinable particle, no, not it is also used to express a slight degree of sur prise or inquiry, see ন. নোঅৰা, a. অপাৰগ, সমৰ্থ নোহোআ1, unable, incompetent. নোআইগু. মাহ হালধিৰে কন্যা৷ দৰাক গা ধুআইto perform the cere- mony of rubbing the bride and bridegroom with turneric and the four of pulse preparatory to marriage. নোআইিতোলনি, s. পুপোতসৱ বিবাহ, প্রথম ৰিতুমানৰ বিয়া, a hindoo. ceremony on a daughters reaching the age of puberty. নোআৰি0.। অসমৰ্থ হৈ, নোঅৰ৷ হৈ, to be unable or incompetent. নোকনোকালি, ৪. ৰাতি পুআই অহা৷ সমই, the early dawn. নোকোআ, a. কথন নক" , নোবোলা, নমতাকৈ থক', untold, unsaid. নোকোৰাs. খহু অদিৰ চোকোৰা, কোৰ নমৰা, a scab; a. unhoed.