পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

' A নিৰহনিপানি, a. ৰস পম নথকা, কির্পিন, একে কথিয়াwithout moisture. নিৰহাই, o. নিৰহ কৰি, পানি নথক। কৰি, to deprive of water or mois . ture, to pour off water from a substance. নিৰহোআl, a. ৰস নাইকিয়া কৰা, ডাউৰিয়া কৰ1, the pouring off of water. নিৰাই, p. সাক আদিৰ বন গুচাই, চিকোনাই, to weed, to root out. নিৰাকাৰ, a. আকাৰ সুন্যনিৰাক্রিতি, without form, incorporeal. নিৰানন্দ৪. সোক, বিসাদ, বমন, Sadness, dejection, sorrow. নিৰাপদ, a. আপদ হিন, সুক, নিৰ্বিঘিনি, secure, safe; s. security &c. নিৰামই, a. ৰোগ নথক1, free from sickness or disease. নি ৰাস, a. আসা নথকাhopeless, despairing. নিৰাসই, ডলুতাআসুই হিন, without refuge or lhelp, unprotect. ed, helpless, defenceless. নিৰাহাৰ, s. লঘোন, ব্রত, abstinence from food, fasting. নিৰিখ, s. চলিত দৰ ভাও ব1 নিয়ম, a fixed rate or price. নিৰিখন, s. চোআ, দেখা, a looking, seeing, observing. নিৰুউআ, ৪. সাক ধান আদি গচোওআ1, weeding or causing to be weeded. নিৰুগি, 2. ৰোগ নাইকিয়া, সুস্থাin health, well নিগিয়া, নিৰুত্তৰ, a. উতৰ দিব নোঅৰা, অবাক, নিমাত, unanswerable, speechless. নিৰুদ্ধ, a. বন্ধা, ভেট1, ৰোধ কৰাobstructed, hindered, restrained. নিৰোং, নিৰূপন, a. সজা, থিৰ কৰীপতাa planning, arranging, settling or determining, the laying down of a rule or precept নিৰুপম, a. অনুপম, উপম৷ হিন, incomparable, matchless. নিৰুপাই, ৫. অনুপাই, উপাই ৰহিত, বিবুধি, remediless, helpless. নিৰুপিত, a. থিৰ কৰানিচই কৰাsettled, fixed, appointed নিৰুস্বাস, a. উসাহ বন্ধ, ধাতু নাইকিয়l, out of breath, stified . নিৰোআ, a. গচোআ, ধান আদি চিকোনোআn, weeded. নিৰোল, a. হাই উৰুমি নোহোআ, hushed, still, quiet. নির্গত, a. নিলাজ, shameless . নিৰ্গতালি, $.া নিলাজ কৰম কৰাshamelessness. নিগন, a. গন ৰহিত, অকামিলা, destitute of properties, worthless নিজান, a. লোক সুন্য, অৰন্য, secluded, solitary, uninhabited. নিউ , a. সান্ত, জাতি, কেঁচা, খঙ্গাল নোহোআ, calm, placid, cool. দয়া, ৪. দয়। হিন, নিমৰম, cruelty, hardheartedness. নিদ সি, a. নিজগৰিয়া, নিৰপৰাধি, innocentblameless, faultless.