পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

816 নাৰায়ন, s. বিষ্ণ, জলসাই, Vishnoo, it. he who slept on the water. নাৰায়নি, ৪. গোসানি, লক্ষিম, lLokhmi, wife of Vishnoo. নাৰি, ৪. তিৰোতাআঁতহাত ভৰিৰ জেঠি, f frm, of লৰ, a woman, a female, the entrails, the pulse. নাৰিকল, s. এবিধ গর্টি, the cocoanut. নাল, ৪. অস্ত্ৰ আদিৰ হাতেৰে ধৰ৷ ভাগ, a handle, a ha ft. নালিয়াa. নালৰ দৰে দিঘল, গা নাইকিয়া, long and slender. নাৱৰিয়, ৪. নাৱৰ মানুহ, a boatman . নাস, s, ন. ঢকআীমবন, destruction, ruin, annihilation, death. নাসক, a. নাস কৰোতা, ruinous, destructive. নাসিকা, s. নাক, the nose. নাস্তি, a. নাই, নোহোআ1, not, not existing . নাস্তিক, ৫. ইস্বৰ বা পৰলোক আচে বুলি বিস্বাস নকবাধৰম সাস্ত্র নমনা, sceptical, atheistical an atheist, an infidel, a sceptic. নাস্ত্ৰতনাভূত, a. কেতিয়াও নুসুনা নজনা, unknown, unheard of. নাহক, a. । মিচা, অকাৰন, false, without cause. নাহি, ৩. আগমন নকৰি, নাই, not to come ; ad. নাই, , poetic.) not( নি, ২. লৈ গৈ, কথাৰ আগত থাকিলে নিসেধ বা নথকাক বুজাই, জেনে নিসিদ্ধ, নিলাজ, to take ; as a prefix it implies absence or separation , as নিলাজ, shameless, নিলগ, absent নিওআ, s. নিয়াই থক, টুকুউআ, the taking away, consuming; preceeded by দিন or কাল, the spending of time. নিওঁতা৪. নিয়৷ জন, লৈ জাওঁতl, one who takes away, নিঃ, a. নিহ, see নিচ, নিকটকট, a. কাপ খাই ধৰা, লৰচৰ নোহোআ, বৰ কিৰ্পিন, closely নিকপকপ, । fitting, fast, firm, penurious. নিকটৰিয়, a. কটাৰি নোহোআ, কষ্টকৈ সুদ৷ লোন ভাত খোআ, নিৰস, it. without a knife for cutting; hence, with খোআ, eating plain rice and salt, poor. নিকটাই, । ৩. বখলিয়াই, চাল গচাই, to remove the skin, peel নিকোটাই, or bark; with Mাত, to show the teeth, as in laughing. নিকটি, . চাল গুটি ব৷ এৰাই, to peel off, as skin or bark. নিকপটিয়া, a. অকপটিয়া, সৰল, উদাৰ, sincere, guileless, frank. নিকৰ, , s. চৗল বিসেস, বাকলি, চোকোৰা, the skin, peel, bark. নিকল,