পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 নবানি, ৪. নৰ। থকা ঠাই, নৰা জাতিৰ মাইকি, a field of stubble. নৰবিগৰি, s. এবিধ গুটি, ফল বিসেস, a species of plum. নৰিয়া, a. কগিয়া, জৰ বিয়াধি আদি, sick, ill; s. sickness, disease. নৰিয়া পৰিয়া, ৪. অপাই, অমঙ্গল, বিঘিনি, বিয়াপাৰ, ৰুগি নিৰুগি, নৰিয়া পাৰমিয়া, } affliction, calamity, suffering, disease. নৰেন্দ্ৰ, ৪. নৰ , অথাত , প্রজাপতি, a king, a sorereign. নভৰ, a. লেটিপেটি, মিহলি, ভষ্ট, mixed up proniscuously, corrupted by mingling, ( applied to caste.) নল, . এবিধ ফোপাল ত্রিন, বৰ এক ৰজ1, a reed; the name of a king. নলকচ, s. এবিধ দিঘলিয়া কচু, an edible root of the arum class. নলগাa. গোট নধৰা, আলি মাতিয়া, অপ্রয়োজনিয়, fruitless, disunited, disconnected, unnecessary. নলটেঙ্গা, a. মমতি টেঙ্গাৰ লতাa species of acid vine. নলনি, s. নলৰ হাবি, a patch of reed jungle নলবৰা, . এবিধ পাচ নৰিয়া৷ গাহৰি, a species of wild animal. নলৰ, a. থিৰে থকাঅন্সৰ, unshaken, innovable, fixed, firm, stable. নলা, ৪. পানি জোআ বিহা, দিঘল ফোপোলা পাত্ৰ, a drain, a tube. নলি, . সর দিঘলিয়া ফোপোলা মাৰি নেল , a tube, the trachea. নলিচা, ৪. ধ আগে।াআৰি মাৰি, the upright tube of the hooka, নবম, a . নৰ সংখ্যা পুৰক, the ninth . নৱমি, s. চন্দ্ৰৰ নৱম দিন, তিথি বিসেম, the ninth day of a lunar month. নষ্ট, a. হানি, বেয়াভুষ্ট, upoiled, destroyed, ruined, debauched, defiled, corrupted. নহক, s. এবিধ মচলাa garlic, (allium sativum.) নাই, an. নোহোআ, অভাও, নাভি, a negative, no, not; a, the navel. নাইকিয়া, s. নথকা, নোহোআ, উআ, node, nothing, non-existence, extinction. death নাইপিয়া, s. জেঠিৰ দৰে বগাই ফুৰা এবিধ জন্ড, a species of lizzard. নাইবা, cop. নতুবাআন প্রকাৰ, or. , , otherwIse নাও, a. নৌকা, নাম, খ্যাতি, a boat, a name, renown. নাঙনিমিত, ৫. এফেৰিমান, অতি অলপ, very little, in name only. নাওবৈচা, ৪. নাও বোআ মানুহ, খেল এখন, the kingd onremen. নাওৰা, ও দুই ঘৰৰ মাজত দিয়া৷ পানি ধৰা জতন, an eaves' spout . নাক, s. নাসিকা, থানেন্দ্রিয়, the nose. নাকটি, a. নাকৰ ডিলা, the cartilage of the nose নাকডেওনা, s. নাকৰ ওপৰ ভাগ, the bridge of the nose. 40