পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধে নৃপতি য়া, s. ধেন পয়া মানুহ, one who sets the bow for a wild beast, ধেনু মজ1ও - এবিধ বিহলপনি বন, ধেনু দ্ৰেীৰ ঘহি টমটনিয়া কৰাa species of wild plant. ধেন্দেলা, a. চকু ফুট৷ গালিৰ মাত, blind, a term of abnse. ধেমালি, . ৰঙ্গ, ওমলা, খো না, play, sport, pastime ; with কবি, to play (c. ধেমেলাধেমেলি, a. 'ইটে সিটে বদ কৰ% playing together. ধেমেলিরা, a. ৰসূ আল, কৌতুকিয়া, sportive, playful, jocose. ধৈয়াল, a. নিধক, নিলাজ, নির্গত, shameless, abominable. ধৌজ, s. সহন, সাপ্ত, থিৰে থকাconstancy, firnmness, patience, en durance, steadfastness, composure ; with ধৰি, to endure &c. ধোআ, a. ধৌত কৰা, পথ দা, washed, cleansed. ধোআমুলা, , নিক1, ধুই অনাউবাৰ কৰা, clean, clear, pure, washed, cleared out ; i.e. nothing left. ধোআ1, . জুইৰ ভাপ বিসেস, ধুম, emoke. ধোআর্কোআ, see & অলি ক’আলি, ধোন্দাল, এ. বৰ ফই, জবি, ফোপাল, a large rope, a cable. ধোন্দোলা a. মাজেদি বহল বিন্ধা থকাফোপোলা, hollow, tubular. ধোব, ৭. কাপবৰ নিকা গুন, whiteness, cleanness ধোবা, s. ধূবি, কাপৰ ধোআ মানুহ, a washerman , a dhood. ধোবানি, . ধবনি, ধোবাৰ তিৰোত, a washerwronan. ধৌচিবা, a. দুফাল হৈ কটা, চিটাচিট হৈ ফট। , rent, split into parts. ধৌত, a. ধোআ, বগামলি নথকা কৰাwashed, purifiod, white. ধৌধৌতবে, ad. নিচেই বগ, বৰ বগ, very white or clean. ধ্যান, s. ধিয়ান, চিন্তন, ভাবন, uneditation, rcligious contemplation, reflection, thought; with কৰি, to meditate &c. ধানি, ৫. ধ্যান কৰোতা, meditative, contemplative, thoughtful ধক -ব,a. থিৰ, নিচই, উতৰ কেন্দ্ৰত থকা এটা তৰ, fixed, permanent, stable, certain sure; with তব। এ the polar atar, the north pole. ধ্বংস, s. নষ্ট, চুনচাত, destruction, ruin. ধ্বংসক, । a. নষ্ট কৰোতা, উপবিdestructive, ruinous. ধ্বংসি, { ন, নকাৰ, নতুন, ন ব্লম , কথাৰ আগত থাকিলে নিসেধ বা ওলোটা অর্থ বুজাই, জেনে নহই, নকৰি. This letter is pronounced like the letter a, in tent. In composition it has the force of un, in, not, and often takes a vowel to euphonize with the