পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

236 দদাই, ৪. বাপেকৰ ভয়েক, সুচাদিৰ বাৰি মাকৰ অন্য পতি, a father's younger brother, a stepfather. দদ, s. ককাএক, জেক্ট জন, an elder<brother. দদ সিছৰ, s. নিয়েকৰ দদায়েক, a wife's uncle দধি, ৪. দি গাখিৰ, গোট মৰা গৰি, curdled milk. দধিমথন, ৪. । দৈ ঘোটা, এখন অচমিয়া নাটৰ নাম, churning milk, দধিমছন, the title of a popular Assamese drama. দধিসাগৰ, s. হিন্দু মতে দৈ গাখিবৰ এক সাগৰ, the ocean of curds, the fifth ocean in hindoo mythology দন, ৪. জলৰ জৰি, the large rope of a fishing net. দন, ৪. ট্ৰোৰাৰ মুখত খুউআর লেগাম বা সিকলি, লেস্, a bridle, a curb, a bit, a rein with ওলোমা, a. hanging in tatters. দন্ত্যn. দ।তৰ পৰ৷ উচাবন হোআ আখৰ, dental, (as of a letter.) দন্দ, ৪. হাই উৰুমি, খৰিয়াল, strife, a quarrel; with কৰি, to quarrel. দন্দবান্দ, s. হাই হুই, কামোৰা৷ কামুৰি থোটা মোজা, a quarrel, দন্দাবন্দ1, contention দন্দুবা, a. সদাই দন্দকৈ ফৰা, a contentious, quarrelsome man. দন্দুবি, s, দন্দ কৰা তিৰি, a quarre!some woman. দন্য, a. দইন, টুকুআ, হানি, see দইন, দলুদপনি, s. ডেও পানি, ধম ধপাল, restlessness, boisterousness. দপন, a. সকত ডোখৰ ব৷ চলাa large piece, (as of a meat or wood.) দপনদপন , ad. ডোখা বা ডোখোব, চলাচল, in large pieces. দপ, a. পকিবলৈ ধৰাডাবি হুকি দিয়াpartially ripened; reproving, rebuking ; with মানুহ, a reprover. দপালি, o. দপনি কৰি, গালি সপনি কৰি, ডাবি হুকি দি, to reprove, to rebuke. to revile. দপি, . আধাপকা হৈ, ডকৰি, ডাৰি দি, to be half ripeto rebuke &c. দব, . নিমাত, নবহা নুটুট, তবক, ৰৈ থকাsilent, without increase a or diminution, stationary. দবনি, s. দবা কোবোআl, ধুম ধুমনি, বৰকৈ খোআ1, the sound of a large drum , (the দবা) eating to satiety. দববাদবৰি, s. হতাহতি, কিল৷ কিলি, quarrelingstriking back and forth. দবা, s. বাদ্য এবিধ, a large drum. দবাদি, D. বলেৰে আনি ব৷ নি, to sieze and take away by violence দৰাপৰলি, s. ঘৰৰ চালৰ দাতিত বন্ধ। বেচা, ব। পৰলি, the first or undermost layer of a thatched roof.