পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থোকা থেকেচা , s. থেকেনি, ঠাইতে এফাল মৰা, বিকৰ্থন, the throwing down violently &c. speaking reproachfully. থেকেচামাৰি, চ. তললৈ এচাৰ মাৰি, to throw down violently, to থেকেচি, slam down. থেকেনেকেৰ, ad. বিসেনি ৰুপে বৰ সুমেৰে , scarcely able, with the greatest effort. থেকেৰা, s.া এবিধ টেঙ্গা, a species of acid fruit. থেন্থেনাই, 0, ভগা পাত্রে সব্দ কৰি, আমনিকৈ কান্দি, to make a jarring sound, as of a broken vessel or a monotonous cry. থেন্থেনিয়া, a. পানিৰে মিহলি হৈ থকাপেন্‌পেনিয়া, clammy. থেপথেপিয়াa. জোল বা টান নোহোআ, বোকাৰ দৰে ঘন, ডাঠ, thick , dense, compact . থেপ, a, ঘন, ডাঠ, একে ঠাইতে আটাইবোৰ গোট, খোআ, close থেপাথেপ, together, thick, crowded, in clusters. থেৰেজু, . এবিধ টেঙ্গ, a species of plumb. a. ভালকৈ নপকা বা নিসিভানিচপতি , not well থেৰেহা নপৰ থেৰেহা মৰা, i ripened or cooked. থেৰোগেৰো, না কৰিম নে ন কৰিম, মনৰ খুকুৰি, আসন্ধ। অথিৰ, indlecis. ion, doubt, a dilemma. থে লথেলিয়া, a. লেপলেপিয়া, বোকাৰ দৰে কোমল, soft like nmud. থৈ, ৫. এ ঠাইত ৰাখি, to put, to place. থৈয়াথৈ, a. দন্দত মান ধোঁজ , অতি বৰ দদ হোআ, without থৈয়ানথৈয়া} restraint, fierce, applied only to quarreling, থৈলা৪. মৰা পাটৰ মোনা, বা জোলোঙ্গ, a bag, a lack . থোআ, a. , থিতি কৰা, থাপন কৰাcet, placed, put, laid. থেীতা, a.া ভালকৈ মাত নুফুটাখোনা, haring an impediment in the speech, stammering. থোতোৰা, s. ৰ তৰি, the chin. থোক, ৫. কলা আদিৰ আগিএ মধুনাই লাগি থকা থোকা, , as a bunch of plantains or other fruit. থোকথোকনি, s. এঠাৰে বস্তুৰ উতল, বকবকনি, the noise of boiling &c . থোকথোকাই, . এঠাৰে বস্তু উতলি, থককাই, to make the sound pecu : liar to glutious substances when boiling. থোকথোকোআ , a. এঠাৰে বস্তুৰ উতল ধৰ, boiling, bubbling up. থোকাথকি, s. ভালকৈ মাত নুফুটা, কাপৰ ঠায়ে ঠায়ে সুত৷ গোট খোআ, having an imperfect articulation uneven as of threads.