পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪। থালি, ৪. বৰ চক, a large earthen boiling ressel থাহি, e. ঘনকৈ কাটি বা খুচি, মিহিকৈ কুটি, to cut fine, to chip, to minee. থিতa. থিতি হোআ, থকাsituated, being, established. , থিতাতে, ad. ওচৰতে, ততালিকে, তেতিয়াই, at hand, near, suddenly, at once. থিতাদহে, ad. ততালিকে, তুৰন্তে, at once, quickly, speedily. থিতি, ৪. ৰোআ, আহি পোআ, থকা, থানিকা, an abiding, continuance, res. idence, durability, permanence; with কৰি, to establish, &c. থিপথিপিয়া, .ে অলপ পানি হোআ, moist, as weather or land. থিয়, a. পোন, ওখ, চন্দ। নোহোআ, perpendicular, erect, precipitous; with কৰি, to place upright; with হৈ, to stand erect. থিয়কিল, s. কিলাকুটি থিয়কৈ মৰা, a downward stroke with the elbow থিয়গোৰ, s. থিয়ৈ ভৰিৰে মৰাপ্ৰহাৰ, a downward stamp of the foot থিয়দঙ্গাa. থিয় হোআ, থিয় হব পৰা, upright, able to standl erect. থিয়াথিকৈ, ad. নবহাকৈ থকা ব৷ , without sitting or waiting থিয়ৈ, ad. থিয় হৈ, পোন হৈ, in an upright, crect or standing position, থিৰ, ৫. অলৰ অচল, গোট মৰ, সান্ত, নিচই, , fixed, steadly, firm, unshaken, certain, placid, cool, calm, ready থিৰ কৰাa. জুগুত কৰানিচই কৰানিয়ম কৰাprepared, made ready = থিৰজুৰ, a. সান্ত, নিঘু, ধিৰ, চেচা, calm, collected, cool, dispassionate. প্ৰিথিৰাই, ৪. অলপকৈ বৰখুন কনিয়াই, সিমসিমাই, to rain in small drops. থিৰাঙ্গ, a. নিচই, স্বরূপ, ঠিক, true, certain; with কৈ, ad. truly &c. থিৰিকনি, ৪. কনিওআ বৰখুন, কিনকিন নি, mist, small rain-drops. থিৰেজুৱে, ad. লাহে লাহে, ক্ৰমে ক্ৰমে, বিবেৰে, gently, gradually. slowly, সেপ, মুখৰ ওলোআ পানি, এpitle , saliva. থই পেলাই, to spit, to eject saliva from the mouth. হইপেলোআ, s. সেপ পেলো, ঘিন দেখউআ , spitting, a way of expressing disgust. ৰ তৰি, ৪. থোতোৰা, তল ওঠৰ তল ভাগ, the chin. থুতৰিয়া, a. স্থতৰিলৈকে হোআ, থোতোৰাৰ সমান, chin-dleep, up to the chin. থকিথকিকবি, ৭. কাটি কাটি, ডোখৰ ডোখৰ কৰি, to cut into small pieces, to mince, to hack. থকিয়াa. থোকেৰে থক, of a branch or a cluster. a. সৰু চুটি টেকেলি, a small earthen jug. থকুচি, ৫. কাপৰ আদি হাতেৰে থেকেচি খচি ধুই, to press or queeze cloth as in Washing. 86