পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

তো তেধৰ, ৫. টেঙ্গৰ, বুধিয়ক, সিয়ান, চতুৰ, cunning, sly, artful. তেনে, a. সেই রুপে, তেনেকুআ, ৯০, thus, তেনেই, a. সেই পেই, সমাঞ্চে, আটাইখিনি, exactly so, all, the whole, তেনেকুআ, a. সেই ৰুপ, তেনে, তাৰ নিচিনা, তেনেহে, like, similar. তেনেকআকৈ, ad. সেই দৰে, তাৰ নিচিনাকৈ, in like manner, thus. তেনেকৈ, নেতেহলে, conj. তেবে, সেয়ে হলে, if 80, in that case, then. তে, a. ত্রয়োদ, thirteen. তোমবৈ, a. চাৰি কুৰি তেৰ, ninety-three. তোসি, a. চাৰি কুৰি তিনি, eighty-three. a roon তেৰে, ৪. অঙ্কৰ হিচাব গোটোআ, জোগ, addition, summing up. তেৰেটা, ৫. তেৰ জন বা গােট, thirteen । । তেল, s. সৰিয়হ আদিৰপেৰাৰ, জন্তু অদিতেল, oil, vegetable or animal. তেল ঘঁহি, • তৈল মন কৰি, তেল সানি, to avoint তেলটপি, ৪. সৰু চৰাই এবিধ, the swallow. . তেলনি, এ. তেলেৰে মিহলি বা ভজা, oily, cooked or eaten with oil. সেমা, ৪. তেল তপত কৰি আজ্ঞাত দিয়া, the putting vegetable cc, into hot oil for cooking. তেলাল, ৫. তেলেতিয়া, বৰ তেলেৰে, তেল থকা, fat, greasy, oily. তেলি, ৪. তেল বেচেঁতা, তেলআই, an oilman, a class of people তেলিয়া, who sell oil. তেলিচাই, s. তেলেৰে মিহলি চাই, a mixture of oil and ashes. তেলিয়াসাদে , ৩ ৰ চৰাই এধি , the Indian crane. তেলিসাল, ৪. তেল পেৰা জন্ত্র বা জতন, an oil pres. তেলেতিয়া, ৫. খাওঁতে মত তেলৰ দৰে জগ, having an oily taste. cum, ad. 60C7, con, then, in that case, being thus. তেহেত, ad. অতবত, নিলগত, বৈত, এt a distance, yonder.. তেহেলৈ, তােক, pron. সামান্যক মহা সর্ব নাম, you, (inferior) :// চেখােআ, ৫০ কেচি খোআ, হোহোক মৰ, headed off, turtled back. তেচিদান, ৪. কলাই খীৰৰ তেতি। খােআ পেৰা, a cartridge box. । হোমাই, v. তোমত বান্ধি, তােমেৰে টোপোলা বান্ধি, to bind up in the above তোৰ, s. দিঘল মাচ এবিধ, a species of fish. তেলনি, । ১. প্রথম ৰিতুয়ান হেআি বিয়া, a ceremony performcoafa fari, ed on a daughter's reaching the age of puberty.