পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনি 7। তাল মাৰি ধৰা, a. কান আদিত সোপা মাৰি ধৰা, deferring, prgent. তালি, s. হাত চাপৰি বোআ, তাপলি, clapping the hands; a patch. তালি ধৰা, a. জলা আদিএ বৰকৈ কানত ধৰা, pungent, piercing. তালি মৰাs. কাপৰত তাপলি মৰালোট। আদিৰ তলা মৰা, patching, mending, inserting the bottom piece of a bracs water vessel. তালু, a. ঞ্জিবাৰ ওপৰ ঠাই, মুৰৰ বুষ্ক ৰন্ধ, the palate, the roof of the mouth. the crown of the lead তালৈ, pron. সেই ঠাইলৈ, মানুহলৈ ব1 কামলৈ, to that place, person &c. তাৱৈ, s. বাপেকৰ সখি এক, সখি একৰ বাপেক, address of a father's friend, or of the father of a son's friend. তাসম্বাৰ, pron. সিবিলাকৰ, তেওঁবিলাকৰ, their, ( poetic.) তাহাতৰ, pron. সিহঁতৰ, সিবিলাকৰ, their. তাহাতে, d. তাতে, সেই ঠাইতে, there, upon that . তাহানি, ad. ভালে দিনৰ আগেয়ে, কেতিয়াবা, formerly, a long time ago তাহোন, s. ভাতৰ সূতাৰ আঁহ গুদুআ মাৰ এবিধ, a kind of glutinous preparation or sizing, applied to the warp in wearing. তিয়ছ, ৪ এবিধ লতাৰ গুটি, তিহু , a cucumber. তিখা, ৪. টান কৰা। সুধ লো, উগ্র, Tল, ৪teel, a. sharp, keen, spirited, তিখামখৰা, a. চোকা খৰেন্তৰ, sharp, spirited, irely, quick. তিখাল, । 7. চোকাকাটোন, sharp, keen, edged. তিখ, তিতকাল, ad. সিম্বে, ততালিক, তুৰন্ত, quickly, shortly. তিতাa. জেকা, ভিভাতিক্ত স্বাদ এবিধ, damp, wet, bitter. তিতাই, ৮. পানিত তিয়াই, ভিভাই, জেকাই, to wet, to dampen. ভিতাফ মল, 4. এবিধ তিতাৰ গs বা ফুল, a medicinal, plant and তিতাবাহক, flower. তিতামুৰিয়া, a. ৰদ বা লঘোনত দুখ পাই গা ৰহ', faint from heat &c . তিতালগা, a. তিত৷ পোআ, বেজাৰ পোআ, embittered, unpleasant- তিতালাও, s. এবিধ লাও, a species of gourd. তিতি, ৬. পানিৰে ভিজি বা জেকি, to moisten, to wet, to dampen. তিতিকি, a. অলপ তিতা লগা, slightly bitter. তিথি, ৪. প্রতিপদাদি পোন্ধৰ তিথি, a lunar day, a day of lunar change তিটাa. তিনি গোট বস্তু বা মানুহ, three persons or thinge. তিনি, a. তিন, ত্রিসংখ্যT, ত্ৰি, three. তিনিওপ্ৰসঙ্গ, s. পুত্ম। থপৰিয়া, গধলি, মদাই, morning moon and erening, continually.