পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদন্ত, s. বুজ বিচাৰ, সেন নথকা অনুসন্ধান, investigation, inquiry, aim. তদন্তব, ad. তাৰ পাচে, তাত বাজে, afterwards, moreover, besides. তলপি, adl. । তেও, তথাপি, although, notwithstanding . তদ হৰ, s. তাৰ উত্তৰ, সমিধান, his or her answer or reply তদ্রুপ, ad. সেই ৰুপ, তাৰ নিচিনা like unto, of the same shape or kind. তথা, , } ৪. বিচুৰ্তি হৈ একে ঠৰে চাই থকা, ৰ লগা, টক লগাstare- তধালগা ing in silent amazement, fixed in a gaze of astonishment. তন, s. পিয়াহ, এধাৰ, স্তন, the breast, suck, nourishment. তনপান, s. পিয়াহ খোআ, এধাৰ খোআ, স্তনপান, sucking; drawing । nourishnent from the breast তনই, s. পুত্ৰ, সন্তান, পো, a son or male descendant. তনয়া, s. জি, পুফি, চোআলি, জিয়াৰি, a daughter; fon. of the above. তনু, s. সৰিল, দেহা, ভেল, পাতলা, সেবেঙ্গ, the body; a. minute, delicate, thin. lean, Slendler. তনুজ, a. সৰিলৰ পৰা জাত হোআ, produced from the body ; a. a . son তত্ব, s. দেৱতা পুজাৰ মন্ত্ৰ আদি ৰিতি বুয়া সাত এবিধ, a tontro or religious treatise, teaching formulas and rites for worship in the form of a dialogue between Hiwo and Doorga. তভ্ৰম ঘ, e. ফাকিফকামিচাই কোনে। উপাই কৰা, peculiar and myctical formulas and rites for the worship of the deities a charm for the cure of diseases and the prevention of evil. তন্দ্র, e. কলা ঘসটি, চিলুমিলিষা টোপনি, drowsiness, lassitude . তঞ্চালু, ৫. তন্দ্ৰাই ধৰা, অল্প নিদ্ৰালু ক্লান্ত, drowsy, sleepg. উপ, s. ইন্দ্ৰিয়ক নিগ্ৰহ কৰি ই বৰ আৰাধনা কৰা, তপস, penance, তপস্যা, religious austerity. তপতa. উয়, চেঙ্গচেনিয়াভাপ লগাhot, warm . তপতোআ, a. তপত কৰ% warmed, heated . তপসি, s. তপস্বি, সন্যাসি, ধ্যান কৰোতাan ascetic, a derotoe. তপা, a. তালুৰ খুলি সৰি টকলা হোআ, bald. তপিনা, ৪ জানুব ওপৰ ককালৰ পাচ ভাগ, কৰঙ্গনৰ বাজ ফাল, the তপিলা, rump, the buttock, the outside of the thigh. ভবধ, a. অবাক হৈ থকা, ৰলগা, তধা লগা, dumb, silent from astonishment. তবলা, s. বদি এবিধ, a musical instrument, a tabor. তম , s. অন্ধকাৰ, মোহ আদি অহঙ্কাৰ, সজ ৰজ তম তিনি গনৰ মেস তমস, গুন, darkness, gloom; in hindoo philosophy, the third and lowest of the three natural qualities. 31 } }