পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

262 চোৰে। ঢেৰেকনি, s. মেঘৰ গাজনি, বজপাতৰ সব্দ, thunder, the reverberating or rolling sound of thumder. ঢেলওপোঙ্গাs. আধা মৰা হৈ ওপঙ্গি ফুৰfoating half dead on the water. ঢেঢেলিয়া, a. তেজ নাইকিয়া, সেত৷ সেৰেলুঅ, pale, wan, not ruddy. ঢেলা, n. তেজ নথকাপ্রাই বগ1, ডাৰিয়া, pale, obscure, cloudly. চেলাচকুআ, a. | সকত, ওপৰ চকুআ , having the white of the eye large চেলুকাটেলুক, s.মৰিবলৈ ধৰাত চকু লুটিয়ালুটি কৰt, the setting of the eyes in death. চেলেঙ্গপেলেঙ্গ, s- হেলেঙ্গপেলেঙ্গ, ৰাইট্রাই, staggering, swaying. ঢোৰা, s. পানি সাপ এবিধ, বৰ ডাত কাউৰি, ৭ species of water snake. ঢোৰাকাউৰি, s. বৰ বিধ কাউৰি, a species of crow, a raven. ঢোহা, ৫. আউলিয়া, আউল লগা, আউলবাউল, বল দি আউল ঢোহাJোহ, । ৰূপে আঁজুৰি অনা, snarled, tangled. টোহোৰ মোহোৰকৈ, nd, আগ গুৰি নাইকিয়াকৈ, বিস্িেনকৈ, doing in a disorderly or irregular manner. টোহোৰ1, a. আউলিয়া, আত হেৰোআ, snarled, tangled. চোকা, ৪. ঠেকা, আসুই, পানি আদি গিলা, a prop, a stay, a support, propping of anything, the swallowing any liquid. ঢোকাঢোক, ad.। অনেক বাৰ পানি আদি খোআ, drinking excessively. চোক পর্বত, s. পৰ্বতৰ গুৰিত থকা চাপৰ পৰ্বত, a hill or low range of mountains টোকোৰ, s. উগাৰ বা পানি গিল৷ সন্ধ, a gulping sound, or sound of swallowing diquids. ঢোপ, s. লৰাই খেলোআ! বৰৰ ওঁঠাৰ বা ফটাকানিৰ টোপোলা, মহন্তৰ । নিমালিৰ মালাa ball used in a well known play, a wreath of sacred leaves given by the priests to their disciples as a blessing. ঢোপঢ়োপিয়, a. বৰকৈ উখহা, hard, swollen, inflated . ঢোপাকলি, s. ফুলিব লগা ফুলৰ কলি, a flower bud ready to open. চোপাচালি, s. মেঘ আদিএ এন্ধাৰকৈ ধৰা, enshrouding, overshadowing. ঢোপাবৰ, s. এঠা ওলোআ এবিধ বৰৰ গচ, the caoutchouc or Indian rubber tree. টোপোকা, s. সোপোকা, হেঁচিলেই সোমাই, এৰিলে পুৰ হই, elastic, yielding to pressure and recovering the original form. ঢোৰোহা, 6. হোবোহ, পেট বা কঁকাল ডাঙ্গৰ হোআ, big-belied, ঢোৰোকা, large waisted,