পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ঢেৰী 26। চল,ি s. এবিধ ঢেলি, a kind of drum struck with the fingers. টেক, ১ দোলাৰ বেঁকা লোৰ মাৰি, হেকট ফুটাই হঁহা, the foot of a dhooly or litter, the noise of violent laughter. টেকি, ১. ভৰিৰে ধান বনা জতন, a pedal for cleaning rice. B ত টেকিপ, ৪. ডাঙ্গৰ সাপ এবিধ, a species of large snake. টেকিপাল, s. চেকি পতা ঘৰ বা ঠাই, where a rice pedal is placed. ঢেকেৰ, s. উগাৰব সব্দ, eructation, the noise of belching wind from the stomach. টেকেৰি, s. কামৰুপৰ পৰঙ্গনীৰ লোক, a class of people in Kamroop টেকেৰিয়া, ১. ফুট নথকা কঁঠাল, imperfect fruit of the jack tree. টেকেৰুআ, টো, ৪. চৰাই এবিধ, সুম কৰিব নােঅৰা সকত গাৰে মানুহ, a pelican, flaccidity. টেম, ১. আল নধৰা মুলা শাক এবিধ, a species of vegetable. ঢেকচেনি, ১. গৰ ঘোৰা আদিৰ মতি, বৰকৈ হহ, the sound of neigh ing, also of violent laughter. 5. TIDS ঢেটেকাই, ৮. গঁৰ ঘোঁৰা আদিএ ঢেটেক সৰ কৰি, বৰকৈ হাঁহি, to neigh, to whinny as a horse, to laugh boisterously. টেকনিমৰ, a. পানিএ তলগৈ থকা, submerged, overflowed. ঢেকিয়া, ৪. বন সকি এবিধ, a fern of the genus petris, a general name for several species of the brake. com ঢেকিয়াপতিয়া, ৫. চেকিয়া পাতৰ দৰে কলা আঁচ থকা, বঘি এবিং, having long stripes, striped ; s. a species of tiger. ঢেকিয়াল, ১. এক থেল মানুহ, an office or class of people in the days of the Assam Kings. | চোটেজিয়া, । ৫. সহ পানি হক, পনিয়া, অস্বাদ, কালো হলে হোম 06311, watery, without richness or favor, insipid. চেপঢেপিয়া, a. টানকৈ নক্সা, ঢিলা, having a dull sound, as of un baked earthen ware, or a loose dromhead when struck. ঢেপা, ৫. অটিল নোহােআ, কোমল, নিবলি, not firm, fabby and weak. ঢেপেল, " ) ৫. নিয়মতকৈ ডাঙ্গৰ বহল, বহল পাতেৰে, wide or CGCOFETI 65697, Š broad, applied to leaves, or the hem of a garment ঢেমেকা, ৫. ডাৱৰিয়া, ভালকৈ ৰদ নােলােআ, cloudy, shady, murky. ঢেৰ, ৫. অনেক, বহুত, সৰহ, দম, much, mally, abundant. ঢেৰাই, ১. দলাই, সৰহ কৰি, to collect in abundance. চেৰাৰে, ad. ঢেনেচেৰ, দমদম, heaps upon heaps, abundantly.