পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠাহি, p. হেঁচি চেপি, নিসন্ধিকৈ, to stuf, to prcss together, to ram down , as a cartridge. ঠিক, q, স্বৰুপ, নিচই, নিয়মিত, certain, true, exact ঠিককৈ, ad. । স্বৰুপকৈ, নিয়মিত ভাৱে, sertainly, positively, eact . ঠিকঠাক, a. স্বৰুপ, লৰচৰ নোহোআ, exact, correct, accurate, in place. ঠিকনাs. নিচই ঠিক, প্রমান পোআ, certainty, certitude. ঠিকাs. . বেচ ঠিক কৰি কোনো কাম লোআ, working or paying at a definite rate ঠিকা কৰি, J. কাম বা তাৰ বেচৰ নিচই কৰি, to make a contract. ঠিক কাম, s. বেচৰ আৰু জিমান কাম কৰিব তাৰ নিবন্ধ কৰা কাম, iob work. ঠিলাs. বিন্ধা মৰ৷ সাল, সোপা, a stopple ঠিহঠিহাই, . পেটৰ বেদনা কৰি, খুচি বিন্ধি, to feel a sharp cutting pain in the bowels . ঠিহনি, s. নিসন্ধি, ঠাহ খোআ, গ ও খে।আ1, the act of crowding, press. ing or beating to compactness. ঠিহাই, J. নিস,ব্ধ কৰি, বৰকৈ পেট পুৰাই, to press dowIs ; to eat to excess, to cram চিহিৰাa. ঘিটিৰাকটিয়া, short, dwarfed, stuinted. টি, ৪. নিচেই, দাঁতি, আগ বা মুৰ, the end or edge of anything ৪ টিয়াই, ৮. অলপ গাজ মেলি, to sprout, to grown. দুষ্টককাৰে, ad. জাৰত বৰকৈ , shivering, shaking, as fron cold. চকমৰা, s. অকস্মাত দেখাদি জোআ, a brief interview, a casual meeting ঠকিঠকি, ad. সক সৰুকৈ কটা ব৷ ফলাsmall, in fine pieces. ঘুসুবি, ৪. এবিধ নেপলিয়৷ অস্ত্ৰ, a Nepaulese knife. , s. মাচ ধৰা৷ এবিধ জন্তু, ঠেক, a fish trap; d. narror, contracted. ঠেd, s. হাত ভৰিব জোবা বা প্লাঠি, নিচেই মুব, the ioints of the hands or feet. the end. চেটতা, } «, জাৰত কোচাই নিয়া, benumbed, stiff from cold. ঠেটঐ, ঠেটভগা, ৪. হাত ভৰি জোৰাতে ভগ, a dislocation of the joints. ঠেক, a. সনি, চেপ, সৰু, কষ্ট বা টানত পৰা, narrow, contracted, difficult; s. a difficulty, a strait, intricacy. ঠেক পোআ, a. দুখ কষ্ট পোআ, টানত পৰ', troubled, involved in dificulty, straitened, perplexed.