পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নি চুচি মৰাs. আগলৈ সৰুকৈ চচা, সেস নথকাকৈ খোআ, the act of ta pering or reducing to a pointleaving nothing of a neal. উচিরা নাও, s. সৰু নাও, চেলেঙ্গি নাওa very small canoe or fish . ng boat. চট, s. মতগৰুৰ গলধনৰ কুজ, a bullock's hump. চৱৰি, s. এবিধ পহু, the yak or I'artar ox. চক, s. কোনা, ভল, a corner, an angle, an error চুকচুকিয়া, a. অলপ অধিক সোআদ বা চোকা হোআ, overseasoned with salt or other condiments. চ কমিয়া, s. বচবেকলৈ খাজান। দি মাটি খোআ, an under tenant চ কা সাক, s. টেঙ্গ। সাক এবিধ, a species of sorrel. চ . কিয়1, a. চুক লগাকুনিয়া, having an angle, cornered. চুঙ্গাs. ফোপোলা বহি আদিৰ পাত্ৰ, a pipe, a funnel, a joint of bamboo used as a vessel for holding fluids চঙ্গি, s. এখোল মানুহ, পাটি জাদিৰ মেৰ বহোআ দুটি কাঠি, a class of people, short splints of bamboo | used in shaping or pidening baskets or any braided work. চঙ্গি বাখৰ, s. এবিধ সৰু ডালিমা বাখৰ, a silicious stone or gem; the sardonyx. চঙ্গিয়া, a. চোঙ্গত থক|, belonging to a camp, head quarters. চ চঙ্গ, s. এবিধ চাহ, a quality of tea, Souchong. চুচুকচামাককৈ, a. ভই বা লাজ ভাৱে ভুমুক ভামাককৈ, timidly, hesita tingly, modestly. চুট৷ পৰা, a. তাক হোআ, , অলপ থকা, deficient; s. a deficiency. চুটি, a. দিঘল বা৷ ওখ নোহোআ, কাঁটিয়া, চমু, ঘোৰাৰ লৰ, short, low, drvarfed, stinted in growth. টি কাপৰ, a. মেখেলা, তিৰোতাৰ অধোবস্ত্ৰ, a woman's lower garment চু টিচাপৰ, a. ঘটমুটিয়া, অতি চাপৰ, short, very short. ৮ টিয়া, s. হিন্দু জাতিৰ এবিধ, সালিকা চৰাই, লফা সাক এবিধ, a caste of people, a species of bird, a vegetable. চন, s. পোৰ৷ সিল বা সামুকৰ গুবা, lime. চুনখাব, a. ৪ বৰ চোকা উগ্ৰ, piercing, corroding, pungent; with কৰি, to pierce, to cutto wound by cutting words. চ নচাত, s. উবাৰ, ধংস, নষ্টতোলাং, destruction, overthro, চুনৰি, s. জাৰ্ডৰ পেটৰ ঘিলাthe kidneys. চনি কৰাs. কৰাcircumcision , চমচেদন