পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। টি, interj. নিন্দাৰ মাত, ঘিন কবা, চিহ, an exclamation of contempt &c. চিউটিউ, . পোআলি চৰাইৰ মাত, the chirping of young birds. টিচিয়াই, . চি চি সব্দ কৰি, to chirp as young birds. ঢ়ি য়ব, এট।হ, ৰিঙ্গ, হাই, বৰকৈ সদ কবাa scream, a yell, চিয়ৰনি, a loud cry, চিয়ৰাই, ৪. এটাহ পৰাই, হাই কৰাই, to cause to scream or roar. র্চিয়ৰি, ৪. এটছ পাৰি, বৰকৈ হাই কবি, ৰিঙ্গিয়াই, কোহাল ঢ়ি য়ুৰি বাখৰি, কৰি, to scream, to cry aloud, to yeil, to roar. টিয়াa. আগলৈ সন্ত হৈ জোআ বা মাজ সকtapering, contracted in the middlo. চিক, ৪. দুই কৰন্দনৰ জোবাৰ চুক, চিকাৰ মাত, the groin, the screech of the site or musk•rat চিচিকাই, ৮. চিকাই মতাto screech, as the mnsk-rat. চিকচিকিয়াa. তৰববিয়া, চিকমিকিয়াচাকচিকন, chining, glossy, sleek. চিকটা, এ, লিকটালেটেকাকির্পিন, tough, tenacious, tight, etingy চিকন, a. সুন্দৰ, উতম, পুষ্ট, beautiful, excellon, nice, finesleek, fat . চিনকৈ, ad. ভাল কপে, নিকা কবি, nicely, handsomely. চিকনাই, ৫. আiওঁতাই, ভাল কৰি, নিকা বৰ সুন্দৰ কবি, to clear away, to put in order, to beautify, to make smooth, even or glossy. টিকনোআ, a. চিকন কৰা, অ18তোআ, ভাল কৰা, cleared, put in order. চিকমিক, ৪. দেখনেদেখ, এফেৰিমান কাল, জিলমিল, a glance, a no mentary view, a twinkle, glitter চিকমিকাই, ৬. ফ্রিমিলাই, ভবাই জিলিকি, to twinkle, to gliter. চিকৰাa. গৰু আজিৰ গাত কামুৰি থকা কিট, চাল ওকনি, a ticka small insect that infects animals, a species of skin-louse চিকা, এ. এন্দুৰৰ নিচিনা এবিধ গোন্ধোত্মা স্তম্ভ, a species of unusk-trac that unakes a screeching sound, whence its name. চিকাচন্দ, s. ঘিন, অৰুচি, চুব খাবলৈ বেয়া পোআ, disgust, dislike. চিকাফুৰাa. চিকাই চোআত গোন্ধোআ , বদনাম, দুর্নাম, (lit. ) anything passed over by the sika rat; i. e. having a bad odor or namc চিকামাৰলি, এ. এবিধ সাপ, a species of snake. চিকাৰ, ৪. পহু চৰাই মাৰি ফুৰা মুিগয়া, hunting; with কবি, to hunt. চিকাৰি, s. চিকাৰ কৰি ফুৰাব্যাধ, a sportsman, a hunter. চিকাৰূপ, ৪. কম্পানি কপ, stamped coin. চিকি, . চিকুটি চিকুটি, হাত ধৰি তাকৰকৈ, a very little; ad. stin cdly doing, giving, eating &c. . '