পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1899 চমকিতa. সচকিত, উচৗব খোআ, হঠাত ভই খোআ, started, smitten with sudden fear চচমনি, s. বক আদিত পিতৰ বেদনা,টেঙ্গা পানিৰ বেদনা, heartburn, a disorder of the stomach caused by bile or acidity. চমটা, s. চালৰ চেপেটা চাযুক, a scourgean instrument of punishment used by the Assam Kings. চমটিয়াই, ও, চমটাৰে মাৰি, to strike with the above instrument, to scourge. চমত্কাৰ, ৪. দেখিবলৈ আচবিত্তবিস্নই, astonishment, surprise, amaze ment; a . wonderful , surprising, astonishing. চমতিতa. চমত্কাৰ কৰাআচৰিত, astonished, surprised, amazed. চমন, s. তলব চিঠি, পদকিয়াক মতা ৰজাৰ আগ্যা পত্র বা কোনো বিসয়ত মত৷ পঞ, a summons or official notice to appear in court. চমৰা, s. মচলাৰে গেৰিাই সুকুউআ, চাল, a skin, a tanned hide, leather. চমৰ। মৰা, s. গোট বন্ধাসুকুউআ, নিসন্ধি হৈ হোআ ঘাskinned over, , as a healed wound or sore চমহিয়াat চমাহত হোআ, চমাহ জোআা, চই সিকিয়া, done in six months, six months old, six hikis in weight or value. চমাব, . চুন মানুহ, মুচিয়াৰ, a dealer in lime, a tanner, a shoemaker. sবেচা চমুং ওচৰ, ঠাইতে, near, close at hand. চমুআ, s. ৰজাই নথটোআন ধন নোলোআ এখেল লোক, a class in the days of the Assam Kings exempted from service and tribute. চম্পক, s. , সুগন্ধি ফুল এবিধ, a species of yellow hover, the চম্পা michelia champaca, চম্ব ক সিল, s. লে৷ আকর্মন কৰাসিল এবিধ, loadstone. চন্ডালি, J. ভাব গ্ৰহন কৰি, সামৰি, সতৰ্ক হৈ, to receive in charge, to preserve with care, to keep in safety. চৰ, s. মুকলি হাতেৰে গালত মৰা, a slap on the cheek. চৰগ, s. স্বর্গ, আকাস, heaven, the firmament. চৰগ পৰা, s. জপাত হোআ, a stroke of lightning, a thunderbolt. চৰঠ, s. নাৱৰ আগ গুৰি টিঙ্গৰ ওচৰত পাৰি দিয়া৷ কাঠৰ পাট বা ফলিয়া বাহ, the fooring of the two ends of a boat beyond the cover on which the boat is worlked. চৰতিয়া, s. অনা, চাৰি পইচা, an anna. চৰন, s. ভৰি, পদ, a foot, the feet, used figuratively for favor, protection. চৰনামিত্ত, s. গুৰুৰ ভৰি ধুউআ পানি, পাদোদক, পাদ জল, the water চৰনোদক, in which a brahmin or gooroo'foot has been washed. }