পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চা 185 | চকি, ৪. বহা পিৰা এবিধ, মাচিয়া, ৰজা গৰৰ চাৰি আলি অদিত পৰ fir do te, a chair, a place where a sentry is stationed. চকিদাৰ, s. পৰ দিয়া মানুহ, পৰিয়া, ৰখিয়া, a guard, a watchman. চাকি পিৰা, s. চকি, ৰা লগা পিৰা বিসেস, a stool, a bench, চকিয়াল, ৫. ৰাজ চকিত থকা মানুহ, চকিদাৰ, relating to a sentry.. | চকু, s. নেই, নয়ন, দর্শনেন্দ্রিয়, দিষ্টি, চকু বহি আদিৰ গাঁঠি, the eye sight, a knot or part of a tree where a branch shoots out, the protuberant bud of a plant. চআ, a. চকু থকা, গঠিয়া কাঠ বহি আদি, having eyes, knotty. চকুকেতি, s. চকুৰ ৰোগ বিসেস, a disease of the eye. চকচক, ৫. সৰু সৰু, very small. চকু পকোআ, s. থলেৰে চক পকাই থকা, a surly look of displeasure. | চ গো, ১. ট ২া, পর্ষণ র দেখিব নোঅৰ, খিয়লিয়া, looking with envy on the prosperity of another; a. envious. | চকুৰ পানি, ১. চকুৰ লো, সোতক, a tear, tears চকুৰ মনি, ৪. চকুৰ পুতলি, চকুৰ ভৰা, the pupil of tho eye. চকু ৰোআ, ৫. বৰ সুন্দৰ, চাই থাকিবৰ মন জোআ, চক লগী, fascinated, charmed, eutranced by the sight. চক লগা, a. মনোহর, অতি সুন্দৰ, pleasing to the eye, beautiful. চকোআ, ৪. টাটি, বায় যে, তালপনিয়া, চাউল এৰিধ, a feuice, a species of rice that is eaten uncooked. চকোলা, @ উঠি লৰি ফুৰিব নোঅৰ, unable to rise or move about. চক্র, ১০ অস্ত্র বিসেল, গাবি ঘিলা, চটি, মণ্ডল, বিয়াৰ হাতৰ অজ্ঞ, the dis cus or weapon of Vishnoo, a circle, a wheel, the convolu tions in the lIalogram or sacred stone of tho Ilindoos. , চক্ৰগতি, s. দুৰি ফুৰা, চাক পতা, ঘনিয়া গতি, revolving round a cenfer or on au axis, a whirl. চক্ৰপানি, s. চক্ৰ হাতত থকা, বিষ্ণু, Vishnoo the viclder of the discus. চক্রবাক, ৪. ঘঁহিৰ নিচিনা চাকৈচকোআ চাই এচিধ, the ruddy goosc (anas casarca) called the Brahmani duck, said to have rcceived the curse of Ram, not to produce more than two young in twelve years. চক্রবনি, ১. বাঁহৰ চাক কৰি ঘূৰাই মৰা খাৰ বাজি বিসেল, a bamboo wheel made to revolve by the ignition of gunpowder. চক্রাকাৰ, a. চক্ৰৰ নিচিনা, ঘনিয়া, circular, rougd, of the shapyc চক্রাক্রিতি, } of a whcel or discus. 24