পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘিন। ঘাটি, s. দাই, জগৰ, হাৰি, জিকিব নোআৰি, a fault, a crime, an offence. ঘাটি খোআ, a. আপোন কথাৰে দাইত পৰা, হৰাcondemned by one's own words or actions, conquered. ঘাটি লগা, a. অপৰাধ লগা, চিকু লগ, faulty, criminal . ঘাটে, s. ঘাটৰ গৰাকি, পাৰোআই, a ferryman. তাটোজাল, ঘাত, s. তালে খোলে একেবাৰে বাজন৷ মৰা; আঘাত, কটাa fourish or blast with musical instruments a blow, a hurt, murder. ঘাতকি, s. হত্যা , হনন কৰ৷ জন, বিশ্বাস ন ৰখn, one who strikes or destroys, a murderer ; preceded by বিস্বাস, treacherous, destroying confidence. হাতন, s. ঘাত মৰ, টকা, the act of striking cutting or killing. ঘাতি, o. বধ কৰি, কথাৰে অমর্জাত কৰি, to strike, to hurt, to kill, to reproach. ঘানাকঘুনুক, s. হুমু বাত্রাকনাকনি, অলপ বাজ ওলোআ, a slight rumor, uncertain information. ঘাম, s. ঘৰ্ম, তাপ, জহ, তাপত ওলোআ গাৰ পানি, perspiration. ঘাম কাল, s. ঘাম কালি, জহ কালি, the hot season, summer. ঘামচি, s. ঘামত হোআ ঘন ঝোহা, the prickly heat. ঘামি, J.া যাম ওলাই জুৰুলি বৈ, to sweat, to perspire ঘাব, s. গলধন, ডিঙ্গি, the nape of the neck. ঘাৰ মোচোৰা, s. ডিঙ্গি মোচোৰা, ডিঙ্গি পকোআ', the act of wringing the neck. হা লগাa. গাত ঘা লাগি, হেঁচ আদিত ব৷ খহু হৈ গাৰ মঙ্গহ বিদৰ, Wour (covered with sures the act of wounding. ঘালিমিয়া, s. গালি পৰা, অমৰ্জাত কৰ', abuse, reproach, defamation ঘিউ, s. স্মিতমুৰৰ মাজৰ কোমল ভাগ, clarified butter, ghee, vulgarly used for the brains also ঘিট ঘিটাই, 0. ঠেকা লাগি সব্দ কৰা, to reverberate, to make a sound as of things striking together. ঘিটঘিটনি, s. ঘিট ঘিট সক, বহুত লোকৰ হঙ্গম, reverberation. confu. sion, hubbub. ঘিটি, s. মেঘ আদিৰ এবেলি উঠা সৱ, any sudden sound, as clap of thunder. ঘিটিৰা, a. কূটিয়া, বাহিব নোতাৰ, চুটি, short, dwarfcd. হিন, s. শ্বিনাবিকচিনাaversion, hate, antipathy, dislike.