পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

}53 গতি গান্ধাপবি, s. গালফ ফুল, গৰুৰ গাল বিচনি, the dewlap of catte. গলপতা , s. স্ত্ৰিৰ কণ্ঠৰ অলঙ্কাৰ, a nock ornament worn by women. গলবেৰাs. গলত হোআ৷ ব্যাধি, a disease of the neck . গলমনিকা, a. কণ্ঠৰ ৰেখাভাটো এবিধ, having a stripe around the neck ; s. a species of parrot. গলরা, s. নাৱৰ আগোআল, one who manages the prow of a boat. গলহুঙ্কাৰ, s . গলৰ সন্ধ, গল হেকাবি, the sound of hemming or hawk- ing from the throat গলহেঙ্গেৰাs. ডিঙ্গিত হোআ৷ ৰোগ, a disease of the throat. গলহেঙ্গোআ, a. ডিঙ্গিত খোআ বস্তুএ ধৰা, খজউআ1, a cholking or strangling, caused by some obstruction in the throat. গলাগৌপা, s. ভবচিন্তাপৰামৰ্ম কৰামনে মনে আলচা, holding secret consultation গলিয়াই, ৩. গাল মাৰি, to toss food into the mouth. গলিয়াগলি, s. গালি পৰাপৰি, mutual abuse. গহৰাa. নপচোআকৈ গজা, অপুনি গজ, self sown, self produced. গহন, a. অতি হাবি, গহিন, নিবিভবন, impervious, thick ; s. a forest. গহৰ ৰ , s. গস্তিৰৰ পৰ্বতবৰ গুহা, a care, a deep valley, a secluded arbor. গহৰি, s. বিলম্ব, হেলা, delay, procrastination. গহিন, a. গডিৰ, গধুন, deep , grave, profound. গহিনালি, এ. গধুৰালি, থিৰ স্বভাও, slow in answering deciding or doing গাও, s. গাম, a village. iাওপবিয়াa. গাৱৰ সমন্ধিয়াগাৱৰ পদপি বিসেস, belonging to or holding an office in a village প্লাওবাৰিক, s. প্লাৱৰ মাজত টেকেলাৰ দৰে কাম কৰা বিসয়া, the tecla of a village. , s. গাঁৱৰ মাজত প্ৰধান বা মুখ্য মানুহ, the head man of a village. প্লাজি দিয়া, a. হেঁচি দিয়াঠাহি ভৰোআ, prcssed down. bাঠল , s. টোপোলা, টুটিমুটি, a bundle; a, short and thick, chunked. প্লাঠি, s. দেহৰ অঙ্গৰ জোৰাবান্ধ, a joint of the body, a knot, a fasten- ing; . to kni to knot, to string, to gather, to arrange গাত, s. গর্ত, খাল, a cave, a lole, an excavation, a cavity . প্নাতি, s. কাপৰব বান্ধ, a knot made in tying the two cnds of a cloth together. গতিয়াল, s. ভত পিসাচৰ নিচিনা, বুৰ৷ ডাঙ্গৰিয়া, an imaginary inferior class of evil spirits,