পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোখো খৈয়া, s. ভাত কাপৰিয়৷ চাকৰ, বনুতাa labourer who works for food and clothes, a labourer. খৈব, s. এবিধ জগ্য কাঠ, a tree held: sacred by the hindoos. খোআ, a. ভোজন কৰামিলি পৰানিপাৰলৈ পাৰি দিয়া, caten, fitted, joined or matched, crossed over a stream. খোআলোআ1, s. সংসর্গ, গিহ বাস, cohabiting, living together. খোআ বোআ, s. প্রবনভোজন, manner of living, eating and drinking. থোআখুই, s. কামোব৷ কামুৰি, দুয়ো একে লগে ভোজন কৰা, fighting or devouring each other, eating together. খোক, s. চক, সৰু খোটালি, a corner, a recess. খোকা, s. বাহব মাচ ধৰা৷ সৰু জন্তু, a small bamboo trap for catching fish- খোকা পতাs. মাচ ধৰিবলৈ খোকা পতাপাবলৈ আসা কৰt, setting the abovefiguratively the hope of obtaining anything. থেকে:জা', s. সংসই, আসস্কাখুকুকি, মুখত ভালকৈ নহ, , doubt, fear hesitation in reading or repeating anything. খোচ , s. জোঙ্গা মাৰিৰে ৰিষ্কা, হান মৰা, a stab, a thrust. খোচনি বাবি, ৪. মানুহ খৰি দিয়াত লৰোআ মাৰি, a banboo stake used in turning dead bodies when burning. হেঁচনি বিধ্বনি, s. পেট কামোব। ৰোগ, a griping pain in the bowels. খোচৰ, s. কবিবলৈ টান, Rোট বন, difficult, requiring close application খোচৰা, a. উজৰা, খাটি চহোআ, stirred, loosened, investigated. খোচা, a. হান মৰা, খোচ মৰা, জোঙ্গ আদিৰে গোজ মব, pierced, punched, thrust through হেঁচা মৰাs. চালত খেৰেৰে বিন্ধা মৰা, মাজে মাজে কৰা৷ বন, সেঁজা মৰা, inserting thatch to repair a roof, piercing, thrusting &c. খোচাৰি, ৬ . উজাৰি, তলৰ পৰা জোকাৰি, পিট খাই থকা বস্তু উজাৰি, to stir up, to loosen, to open out খোচোনা, s. মেটেলি, কঁকালত চৰিয়া টানি পিন্ধা খোচ, the fastenings or ends of the waist cloth খোচোৰা, s. উজৰ, খে1চাৰি পোলোআ, গেীজ। মৰ, digging or scratch. ing the ground, as fowls. খোট মৰা, a. ঠোতেৰে কামোৰা, খোটা, bitten, pecked. খোটালি, s. খোঁটালি, ঘৰৰ ভিতৰৰ ভাগ, a room, an apartment. খোকোবা দোদোৰা, ৫. বৰকৈ ভগা ফুটাbroken, defaced, battered, dinted. খোখোআই, o. খেনাই প্ৰোখোকৈ থকা, to stammer from anger or an impediment in speech.