পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

।।S কম্ভিৰ, s. ঘৰিয়াল বিসেস, an alligator, a crocodile . কুৰকুবিয়া, s. হুনু এবিধ, a species of bird. কুৰ মুৰ1, s. ওঁাতৰ খুট, a post of a native loom. কুলs. পল জাপি আদিৰ বাওস লি, ফুল এবিধ, a splint of banboo bound on the edge of any braided work, a species of flower. কৰ1, s. ভ্রাঠিৰ নাল, একোটা, the shaft or handle of a spear, a small bundle of fire wood, জুইকুৰা, a lighted bundle কৰাও, s. সুনিবলৈ বেয়া ৰাও, any disagreeable sound. কৰি, s. বিসতি, কৌৰেৰে খrমি, twenty; p. to hoe, to dig with a hoe. কৰিতি, s. কনিতি, দৰাচাৰ, a bad custom , an evil habit. কৰিয়া, a. ৰুগিয়া, ভাগত একৰি থকা, কৰি টকালৈ পোআ, having a chronic disease, a twentieth part, worth twenty rupees. কৰুআ, s. এবিধ মাচ ধৰা চৰাই, উজনিয়৷ বতাহ, a species of fish bird, a wind that blows up stream . ক ৰুআৰাহি, s. এখন সত্ৰৰ নাম, the name of one of the leading hindoo religious establishments of Assam. ক কি কৰুকি, . কাপৰ আদিৰ ভিতৰত হেঁচি হেঁচি সোমোআ, to nestle close to another. এA কুৰুখেত, s. ক পাণ্ডৱৰ ৰনৰ থলি, the famous battle field of Kooroo Pandoo. কৰু কুৰুs, s. । পেটৰ বুকৰ অলপ কামোৰনি, a slight pain in the breast or bowels কুৰুচাs. কৰুচিয়া, কঁাচি দৈ, milk slightly curdledl; a. curdled . কৰুপ, a. বেয়৷ ৰুপ, আগহি, কচিত, uncomely, deformed, ill favoured. কুৰুলি, s. এবিধ বাদ্য, কেঁচাৰ মাত, an instrument of music, the screeclh of an ol কচু ট, s. কপট, চল, অহিত কথ, craft, cunning, intrigue, hypocrisy. কুচু টিয়া, s. কপটিয়৷ চলবাদি, হিংসক, crafty, cunning, deceitful. কর্তা, s. চোলা এবিধ, a loose native jacket. কব ধিয়া, a. চুবু ধিয়াবেয়া বুধি দিওঁতাstupid, crafty, subtle; s. a bad adviser, rogue . কুৰ্ম, s. কাচ, কচ্যপ, a tortoise. কুৰ্মঅৱতাৰ, s. বিষ্ণচূৰ দস অৱতাৰৰ দুতিয় অৱতাৰ, the second of the ten incarnations of vishno০ in the shape of a turtle. কহি, s. এক মাচৰ নাম, a species of fish. কল. S. গোত্র, জাত,এবংস, family, race, tribe, lineagecaste. ১ এ